• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

1 year ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

11 minutes ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

59 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

2 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

3 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

4 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

6 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

6 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

7 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

8 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

8 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

editor by editor
November 4, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

যেতিয়াই কোনো তাৰকাই বিবাহ পাশত আৱদ্ধ হয় তেতিয়াই সামাজিক মাধ্যমত সেই বিয়া চৰ্চাৰ বিষয় হৈ পৰে। সকলোফালে চৰ্চিত হয় বিয়াৰ ফটো পৰ্যন্ত। এইবাৰো এগৰাকী অভিনেত্ৰীৰ বিয়াৰ ফটো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে।

দক্ষিণ উদ্যোগৰ বিখ্যাত অভিনেত্ৰী দিব্যা শ্ৰীধৰে পুনৰ বিবাহপাশত আবদ্ধ। ৩৮ বছৰ বয়সত অভিনেত্ৰীগৰাকীয়ে দ্বিতীয় প্ৰেম বিচাৰি পাইছে। দিব্যাই ৩০ অক্টোবৰত বাবা ক্ৰীছ ভেনুগোপালক বিয়া কৰায়।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দম্পতীহালৰ বিয়াৰ ফটো। পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু কিছু বন্ধু-বান্ধৱীয়ে তেওঁলোকৰ বিয়াত অংশ লৈছিল।

উল্লেখযোগ্য যে ক্ৰীছ ভেনুগোপাল দিব্যাতকৈ ১১ বছৰ ডাঙৰ। দিব্যাতকৈ ১১ বছৰ ডাঙৰ পুৰুষক বিয়া কৰাই এতিয়া ট্ৰ’লৰ সন্মুখিন হয়। ইণ্টাৰনেটত মানুহে দম্পতীহালৰ বিষয়ে নানা ধৰণৰ কথা কৈছে। ভাইৰেল হোৱা দুয়োৰে ফটো সন্দৰ্ভত ইউজাৰৰ বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কিন্তু বয়সৰ ব্যৱধানৰ কথা এইহাল দম্পতীৰ মাজত প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও হিন্দী চিনেমাতো এনে বহু দম্পতী আছে, যাৰ বিষয়ে সকলো ধৰণৰ কথা কোৱা হয়। বি-টাউনৰ বহু দম্পতীৰ বয়সৰ ব্যৱধানো ডাঙৰ।

https://x.com/MurariK49480275/status/1853147530135314781

এই তালিকাত বহুতো তাৰকা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে যদি আমি ক্ৰীছ ভেনুগোপালৰ কথা কওঁ তেন্তে অভিনয়ত প্ৰৱেশ কৰাৰ আগতে তেওঁ ৰেডিঅ’ জকী আছিল আৰু ভেনুগোপালে ‘পাথাৰমাট্টু’ ধাৰাবাহিকখনতো অভিনয় কৰিছে।

ইয়াৰ লগতে যদি আমি দুয়োৰে প্ৰথম সাক্ষাৎকাৰৰ কথা কওঁ, তেন্তে দিব্য আৰু ভেনুগোপালৰ প্ৰথম সাক্ষাৎ এটা টিভি শ্ব’ৰ সময়ত হৈছিল। হয়, প্ৰথমে দুয়ো বন্ধু হৈ পৰিল আৰু তাৰ পিছত এই বন্ধুত্বই প্ৰেমৰ ৰূপ ল’লে।

কেৱল এয়াই নহয়, লাহে লাহে ভেনুগোপালে দিব্যাৰ পছন্দৰ কথা জানিবলৈ ধৰিলে আৰু তাৰ পিছত বিয়াৰ প্ৰস্তাৱো দিয়ে। এতিয়া দুয়ো ইজনে সিজৰ জীৱন সংগী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: South actressviralviral photoViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো
জীৱনশৈলী

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

March 20, 2026
Next Post
বিশাখা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৩ ৰাশিৰ জীৱন, কি কি হ’ব অনাগত দিনত !

বিশাখা নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈ পৰিব ৩ ৰাশিৰ জীৱন, কি কি হ'ব অনাগত দিনত !

জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.