• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

2 years ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

16 minutes ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

59 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

1 hour ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

4 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

5 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

5 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

6 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

7 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

8 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

editor by editor
January 10, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মোৰ খাদ্যত বিষ দিয়া হৈছিল’ – বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ন’ভাক জ’কভিচৰ দাবীয়ে

টেনিছ তাৰকা ন’ভাক জ’কভিচৰ এক দাবীয়ে এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ক্ৰীড়া জগতত তোলপাৰ লগাইছে। ন’ভাক জ’কভিচৰ দাবী তেখেতৰ খাদ্যত বিষ মিহলাই দিয়া হৈছিল।

খেলুৱৈ গৰাকীয়ে দাবী কৰিছে যে, ২০২২ চনত তেওঁৰ খাদ্যত বিষ মিহলোৱা আছিল। সেই সময়ত তেওঁ মেলবৰ্ণত আছিল।
২০২২ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ সময়ত মেলবৰ্ণত তেওঁৰ লগত এনেকুৱা এটা কাণ্ড সংঘটিত হৈছিল। সেই সময়ত তেওঁ Covid 19 ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল।

যাৰ বাবে অষ্ট্ৰেলিয়াই খেলুৱৈগৰাকীক দেশ এৰি যাবলৈও কৈছিল। লগেত সেই সময়তে হোটেলত তেখেতৰ খাদ্যত বিষ মিহলাই দিছিল।

৩৭ বছৰীয়া জ’কভিচে বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত কয় যে, ‘সেই সময়ত মোৰ কিছু স্বাস্থ্যজনিত সমস্যাই দেখা দিছিল আৰু মই উপলব্ধি কৰিছিলো যে মেলবৰ্ণৰ সেই হোটেলখনত মোক এনে কিছু খাদ্য খুৱাইছিল য’ত কিছু অখাদ্য মিহোলোৱা আছিল।

পাছত নিজ দেশ ছাৰ্বিয়ালৈ উভতি আহি জানিব পাৰিলো মোৰ খাদ্যত বিষ মিহলাই দিয়া হৈছিল। যাৰ বাবে মোৰ স্বাস্থ্যৰ অৱনতি হৈছিল। এই কথা মই কেতিয়াও কাকো কোৱা নাছিলো, কিন্তু পৰীক্ষা কৰোতে জানিব পাৰো যে মোৰ শৰীৰত পাৰা আৰু সীহ বহুত পৰিমাণে পোৱা গৈছে।”

আনহাতে ন’ভাক জ’কভিচৰ এই বিশ্বজুৰি চাঞ্চল্য লগোৱা দাবীৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ গৃহ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে “গোপনীয়তাৰ কাৰণে এই বিষয়সমূহৰ ওপৰত কোনো মন্তব্য দিব পৰা নাযাব।”

লগতে ইয়াকো কয় যে, ন’ভাক জ’কভিচক সাাধাৰণ খাদ্যই দিয়া হৈছিল, যি অন্য সকলে খাইছিল। তাত বিষ কিদৰে আহে সেই বিষয়ে তেঁওলোক জ্ঞাত নহয়। অৱশ্যে তাত বিষ আছিল নে নাই এই কথা তাত থকা বিষয়াসকলেহে জানিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australian Open . Tennis PlayerNovak Djokovic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য
ভাৰত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

July 25, 2026
Next Post
বনজুইৰ বিধ্বংসী ৰূপ, ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ, ১০ লোক নিহত

বনজুইৰ বিধ্বংসী ৰূপ, ১০ হাজাৰৰো অধিক ঘৰ জুইত জাহ, ১০ লোক নিহত

১২ বছৰৰ অন্তত মকৰ সংক্ৰান্তিত নৱপঞ্চম যোগ, সূৰ্য-গুৰুৰ মিলনে ৪ ৰাশিৰ অতিকে শুভ

১২ বছৰৰ অন্তত মকৰ সংক্ৰান্তিত নৱপঞ্চম যোগ, সূৰ্য-গুৰুৰ মিলনে ৪ ৰাশিৰ অতিকে শুভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.