• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক

2 years ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

8 minutes ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

30 minutes ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

45 minutes ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

1 hour ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

2 hours ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

3 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

4 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক

ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক

editor by editor
September 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভুলতো কাকো দান নকৰিব এই ৫সামগ্ৰী, অভাৱে জুৰুলা কৰিব আপোনাক
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দান কৰা পুণ্যৰ কাম৷ কিন্তু কিছু কিছু সামগ্ৰী দান কৰা একেবাৰেই উচিত নহয়৷ জানি থওক কি কি সামগ্ৰী দান কৰাটো অনুচিত? কি কি সামগ্ৰী দান কৰিলে আপোনাৰ পুণ্যৰ বিপৰীতে পাপহে বাঢ়ে? হিন্দুধৰ্মত কোৱা হৈছে যে দান কৰিলে পুণ্য প্ৰাপ্তি হয়৷ দান কৰিলে মানুহে পাপৰ মুক্ত হয় বুলি বিশ্বাস৷ কিন্তু এনে কেইপদ সামগ্ৰী আছে যিসমূহ দান কৰিলে ঘৰত সমস্যাৰ সৃষ্টি হয়৷

ঝাড়ু

ঝাড়ু কেতিয়াও দান কৰিব নালাগে৷ ঝাড়ু দান কৰা মানেই আপোনাৰ সম্পদ আনক দান কৰি দিয়া৷ এই দান কৰিলেই লক্ষ্মীয়ে আপোনাৰ ঘৰৰ পৰা বিদায় লয়৷

বাচন

শাস্ত্ৰ অনুসৰি ষ্টিলৰ বাচন কেতিয়াও দান কৰিব নালাগে৷ শাস্ত্ৰ অনুসৰি ষ্টিলৰ বাচন দান কৰিলে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি হেৰাই যায়৷ ইয়াৰোপৰি ব্যৱসায়ত এটাৰ পাছত আনটো সমস্যা আহে৷

ধৰাল বস্তু

কেতিয়াও ছুৰি, কেঁচিৰ দৰে সামগ্ৰী দান নকৰিব৷ ধৰাল বস্তু দান কৰিলে সম্পৰ্কৰ অৱনতি ঘটে৷ কাৰোবাক ছুৰি, কেঁচি দান কৰা মানে নিজৰ সম্পৰ্কৰ অৱনতি নিজেই ঘটোৱা৷

বাহি খাদ্য

বাহি খাদ্য ভুলতো কাকো দান নকৰিব৷ কাৰোবাক খাদ্য দান কৰাৰ ইচ্ছা থাকিলে ফ্ৰেছ খাদ্য খাব৷ বাহি খাদ্য দান কৰিলে দেৱী অন্নপূৰ্ণা আপোনাৰ প্ৰতি ৰুষ্ট হয়৷ সংসাৰত অন্নভাৱে দেখা দিয়ে৷

ব্যৱহাৰ কৰা তেল

জ্যোতিষমতে তেল দান কৰা শুভ৷ ইয়াৰফলত শনিদেৱ আপোনাৰ প্ৰতি সন্তুষ্ট হয়৷ কিন্তু ব্যৱহাৰ কৰা তেল ভুলতো কাকো দান নকৰিব৷ ইয়াৰ ফলত আপুনি শনিৰ ৰোষত পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস
জীৱনশৈলী

April 20, 2026
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?
জীৱনশৈলী

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

April 20, 2026
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ
জীৱনশৈলী

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

April 20, 2026
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?
জীৱনশৈলী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

April 20, 2026
Next Post
প্ৰথমে নিজকে নিজেই পাতিলে বিয়া তাৰপিছতেই ওজন কমি যোৱাৰ বাবেই নিজকে শেষ কৰিলে ২৬ বছৰীয়া সুন্দৰীয়ে

২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন