• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

2 years ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

10 minutes ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

1 hour ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

2 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

3 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

4 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

4 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

6 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

7 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

7 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

8 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

8 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ

editor by editor
September 30, 2024
in বিবিধ, বিশ্ব
0
২১৫ কিঃমি/ঘণ্টা বেগত আহিছে ঘূৰ্ণীবতাহ! চলাব পাৰে ভয়ংকৰ ধ্বংসলীলা, সতৰ্কবাৰ্তা বতৰ বিজ্ঞানকেন্দ্ৰৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘূৰ্ণীবতাহৰ প্ৰকোপত কঁপি উঠিছে দক্ষিণ এছিয়াৰ দেশ ফিলিপাইন৷ ঘণ্টাত ২১৫ কিঃমিঃ বেগত অহা এই ঘূৰ্ণীবতাহে বিধ্বস্ত কৰিছে ফিলিপাইনছৰ কেইবাখনো চহৰ৷ এই বিপৰ্যয়ৰ বাবেই বন্ধ কৰি দিয়া হৈছে সমূহ স্কুল, কলেজ৷ সাগৰৰ নৌকা, জাহাজ সকলোবোৰৰ চলাচল বন্ধ কৰি দিয়া হৈছে৷ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলক সেই স্থানৰ পৰা আঁতৰি আহিবলৈ বাৰে বাৰে আহ্বান জনোৱা হৈছে৷

এই ধুমুহাৰ নাম দিয়া হৈছে ক্ৰাথন৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জনোৱা অনুসৰি কাগায়ান আৰু বাটানেছ প্ৰদেশৰ বালিণ্টাং দ্বীপৰ উপকূলীয় এলেকাত ঘণ্টাত ১৭৫ ৰ পৰা ২১৫ কিঃমিঃ বেগত আহিছে ধুমুহা৷ টাইফুন ক্ৰাথন ধীৰে ধীৰে পশ্চিম দিশলৈ অগ্ৰসৰ হৈছে বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷

আগন্তুক ৪৮ ঘণ্টাৰ ভিতৰত মধ্য বাটানছৰ উপকূলীয় গাওঁ, নিকটবৰ্তী বাবুয়ান দ্বীপ আৰু কাগায়ান প্ৰদেশক বিশেষভাৱে সতৰ্ক কৰি দিয়া হৈছে৷ শক্তিশালী ধুমুহাই প্ৰাণনাশো কৰিব পাৰে বুলি আগতীয়াকৈয়ে সকলোকে নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে৷

ফিলিপাইনত প্ৰতি বছৰে প্ৰায় ২০টাকৈ টাইফুনে আঘাত কৰে৷ দ্বীপপুঞ্জটো ‘পেছিফিক ৰিং অফ ফায়াৰ’ত অৱস্থিত৷ য’ত বহু আগ্নেয়গিৰিও আছে৷ ফলত ইয়াত ভূমিকম্পইয়ো বাৰে বাৰে আঘাত কৰে৷ দক্ষিণ পূৰ্ব এছিয়াৰ এই দেশ বিশ্বৰ অন্যতম দুৰ্যোগ কবলিত দেশ হিচাপেও পৰিচিত৷ উল্লেখ্য যে ২০১৩ চনত বিশ্বত ৰেকৰ্ড সৃষ্টিকৰা শক্তিশালী ঘূৰ্ণীবতাহে কঁপাই গৈছিল ফিলিপাইনছক৷ এই বিপৰ্যয়ত প্ৰাণ হেৰুৱাইছিল ৭৩০০জনতকৈয়ো বেছি লোকে৷ নিখোজ হৈছিল বহুজন৷ সম্পূৰ্ণ এখন গাওঁ মৰাশালী হৈ পৰিছিল৷ এই বিপৰ্যয়ত ৫০ হাজাৰতকৈ বেছি লোক গৃহহীন হৈ পৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল
বিনোদন

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব মাহৰ প্ৰথমটো দিন, আজি  বিয়লি বেলালৈ ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

দৈনিক ৰাশিফল- কেনে যাব মাহৰ প্ৰথমটো দিন, আজি  বিয়লি বেলালৈ ভাগ্য চমকি উঠিব ৪ ৰাশিৰ

আজিৰ পৰা সলনি LPG গেছ, আধাৰ, পিপিএফৰ গুৰুত্বপূৰ্ণ নিয়ম, আৰ্থিক বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ

আজিৰ পৰা সলনি LPG গেছ, আধাৰ, পিপিএফৰ গুৰুত্বপূৰ্ণ নিয়ম, আৰ্থিক বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.