• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

2 months ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

13 minutes ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

56 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

2 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

3 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

4 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

5 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

13 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

14 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

14 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

15 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডেনমাৰ্কৰ কোম্পানী Novo Nordisk এ ভাৰতত মুকলি কৰিছে Awiqli নামৰ বেচেল ইনচুলিন।

editor by editor
July 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়েবেটিছ ৰোগীৰ বাবে এটা ভাল খবৰ। ডেনমাৰ্কৰ ঔষধ নিৰ্মাণ কোম্পানী ন’ভ’ নৰ্ডিস্কে ভাৰতত টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ইনচুলিন মুকলি কৰিছে। সপ্তাহত এবাৰকৈ ল’ব পৰা ইনচুলিন বেজী Awiqli (insulin icodec) মুকলি কৰিছে।

কোম্পানীটোৱে দাবী কৰিছে যে এইটো বিশ্বৰ প্ৰথমটো বেচেল ইনচুলিন, যিটো দৈনিক গ্ৰহণ কৰাৰ পৰিৱৰ্তে সপ্তাহত এবাৰহে গ্ৰহণ কৰিব লাগে।

৩৬৫ ৰ সলনি ৫২ টা বেজী

এই নতুন থেৰাপীত ৰোগীয়ে বছৰি ৩৬৫টা বেজীৰ পৰিৱৰ্তে মাত্ৰ ৫২টা বেজীহে ল’ব লাগিব। কোম্পানীটোৰ মতে, গ্লোবেল অনৱাৰ্ডছ-১ ক্লিনিকেল ট্ৰায়েলত আভিকলিয়ে দৈনিক ইনচুলিন গ্লাৰ্জিন-ইউ১০০ৰ তুলনাত তেজৰ চেনি (HbA1c) নিয়ন্ত্ৰণ আৰু নিৰাপদ মাত্ৰাত গ্লুক’জ দীঘলীয়া সময়ৰ বাবে ৰখাত সহায় কৰে।

ইয়াৰ উপৰিও অধিকাংশ ৰোগীয়ে গুৰুতৰ হাইপ’গ্লাইচেমিয়া (তেজৰ চেনিৰ পৰিমাণ অতি কম) নোহোৱাকৈয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হৈছিল।

এএনআইৰ তথ্য অনুসৰি নোভ’ নৰ্ডিস্ক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিক্ৰান্ত শ্ৰোত্ৰিয়াই কয় যে, সপ্তাহত এবাৰ ইনচুলিন গ্ৰহণ কৰাৰ সুবিধাই বেজীৰ ভয়, চিকিৎসাৰ জটিলতা আৰু ৰোগীৰ মাজত নিয়মীয়া ঔষধ সেৱনৰ লগত জড়িত মানসিক বাধাসমূহ হ্ৰাস কৰিব পাৰে।

কোম্পানীটোৱে ইয়াৰ ৭০০ ইউনিট পেকৰ মূল্য ২৬১১ টকা, অৰ্থাৎ প্ৰতি ইউনিটৰ খৰচ প্ৰায় ৩.৭৩ টকা হ’ব, যিটো বৰ্তমানৰ বহু দৈনিক ইনচুলিন বিকল্পতকৈ কম বুলি কোৱা হৈছে।

সংবাদ মাধ্যমৰ তথ্যনুসৰি, ভাৰতত ১০ কোটিতকৈ অধিক লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ১৩.৬ কোটি লোক প্ৰি-ডায়েবেটিছৰ শ্ৰেণীত আছে।

বিশেষজ্ঞসকলৰ মতে ভাৰতত ৰোগীয়ে ইনচুলিন থেৰাপী আৰম্ভ কৰাত গড়ে ৭ৰ পৰা ৯ বছৰ পলম হয়। গতিকে কম সঘনাই আৰু সহজ চিকিৎসা বিকল্পই এই পলম হ্ৰাস কৰাত মূল ভূমিকা ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?
প্ৰযুক্তি

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

September 11, 2026
Next Post
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ'ব পাৰে দুৰ্ঘটনা!

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

'কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!' ক'লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.