• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

2 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

53 seconds ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

22 minutes ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

46 minutes ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

2 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

3 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

3 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

3 hours ago
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

4 hours ago
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

4 hours ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

6 hours ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

6 hours ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

editor by editor
March 25, 2026
in জীৱনশৈলী
0
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অটিজম স্পেকট্ৰাম ডিছঅৰ্ডাক হৈছে এক মানসিক ব্যাধি যি শিশুসকলৰ মাজত জন্মগতভাৱে দেখা যায়৷ তাৰ লক্ষণসমূহ ৩ বছৰ বয়সৰ আগতেই প্ৰকাশ পায়৷ ধাৰণা কৰা হয়, ই জন্মৰ বহু আগতে, গৰ্ভত থকাৰ সময়ত শিশুৰ বিকাশৰ সময় আৰম্ভ হয়৷ এটা এটা স্নায়ু-বিকাশজনিত অৱস্থা যি জিনগত পৰিবৰ্তন আৰু পৰিবেশগত কাৰণৰ ফলত ঘটে৷ সেই কাৰণসমূহে মস্তিষ্কৰ স্তৰ আৰু স্নায়ুপথৰ গঠনক প্রভাৱিত কৰে৷ বিশেষকৈ গৰ্ভাৱস্থাৰ দ্বিতীয় আৰু তৃতীয় তিনিমাহত৷ সেয়ে গৰ্ভাৱস্থাত কৰা অৱহেলাই এই আশংকা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

মাতৃত্বকালীন মানসিক চাপে এই আশংকা বঢ়ায়

দিল্লীৰ এখন আগশাৰীৰ নিউৰলজি বিভাগৰ চিনিয়ৰ চিকিৎসকৰ মন্তব্য অনুসৰি গৰ্ভাৱস্থাত মাতৃৰ মানসিক অৱস্থা, আৱেগিক ভাৰসাম্য আৰু জীৱনযাত্ৰাইয়ো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ সকলোতকৈ ডাঙৰ সমস্যা হৈছে ক্ৰমাগত মানসিক চাপ৷ যেতিয়া এগৰাকী নাৰীয়ে দীৰ্ঘ সময় ধৰি মানসিক চাপৰ মাজত থাকে তেতিয়া তেওঁৰ শৰীৰত চাপ সম্পৰ্কিত হৰমনৰ পৰিমাণ বাঢ়ি যায়৷ এই হৰমনসমূহে ভ্ৰুণৰ মস্তিষ্কৰ বিকাশক প্ৰভাৱিত কৰিব পাৰে৷ মাতৃৰ পাৰিপাৰ্শ্বিক পৰিবেশেও এইক্ষেত্ৰত এক ভূমিকা পালন কৰে৷ প্ৰদূষণ, কোলাহল আৰু বিষাক্ত উপাদানৰ সংস্পৰ্শলৈ আহিলে শৰীৰত প্ৰদাহ আৰু ভাৰসাম্যহীনতাই দেখা দিব পাৰে৷ যিয়ে শিশুৰ বিকাশত প্ৰভাৱ পেলাব পাৰে৷

ডায়বেটিছ আৰু ৰক্তচাপক উপেক্ষা কৰা

প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ মতে গৰ্ভাৱস্থা এনে এক সময় য’ত মাতৃৰ স্বাস্থ্য আৰু দৈনন্দিন ৰুটিনে শিশুৰ মস্তিষ্কৰ বিকাশত প্রভাৱ পেলায়৷ যদিও অটিজম কোনো এক নিৰ্দিষ্ট কাৰণত নহয়, গৰ্ভাৱস্থাৰ কিছু অসাৱধানতাই ইয়াৰ আশংকা বঢ়াই দিব পাৰে৷

প্ৰথমে গৰ্ভাৱস্থাত জেষ্টেচনেল ডায়বেটিছ উপেক্ষা কৰা

এয়াও এক ডাঙৰ ভুল৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰম নকৰিলে শিশুৰ মস্তিষ্কৰ বিকাশত প্ৰভাৱ পেলাব পাৰে৷ একেদৰে গৰ্ভাৱস্থাৰ সংক্ৰমণক অৱহেলা কৰাও ক্ষতিকৰ হব পাৰে৷ শৰীৰত সংক্ৰমণ প্ৰদান বাঢ়ি গলে যি ভ্ৰুণৰ স্নায়বিক বিকাশত প্ৰভাৱ পেলাব পাৰে৷

বেছি বয়সত গৰ্ভধাৰণ

বিশেষজ্ঞই কৈছে যে বেছি বয়সত গৰ্ভধাৰণ কৰাও শিশুৰ অটিজমৰ সৈতে সম্পৰ্কিত এক কাৰণ৷ বেছি বয়সীয়া মহিলাৰ গৰ্ভধাৰণত কিছু জৈৱিক পৰিবৰ্তনৰ আশংকা থাকে৷ যিয়ে শিশুৰ বিকাশক প্রভাৱিত কৰিব পাৰে৷ ইয়াৰোপৰি স্থূসচা আৰু ভাৰসাম্যহীন খাদ্যভ্যাষো আশংকাৰ কাৰণ৷

গৰ্ভাৱস্থাত অপুষ্টি

বিশেষকৈ প্ৰয়োজনীয় ভিটামিন আৰু খনিজৰ অভাৱে, শিশুৰ মস্তিষ্কৰ বিকাশক প্ৰভাৱিত কৰিব পাৰে৷ ইয়াৰোপৰি মহিলাসকলে প্ৰায়েই সাধাৰণ ঔষধো নিৰাপদ ভাৱি গ্ৰহণ কৰে৷ কিন্তু কিছু ঔষধে ভ্ৰুণৰ বিকাশক প্রভাৱিত কৰিব পাৰে৷ সেয়ে গৰ্ভাৱস্থাত যিকোনো ঔষধ গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷

 অটিজম কেৱল এইবোৰ কাৰণতেই নহয়

প্ৰায়েই জিনগত প্ৰৱণতা আৰু বাহ্যিক কাৰণসমূহৰ সংমিশ্ৰণত বিকশিত হয় এটি শিশু৷ সেয়ে কোনো এক কাৰণকে দোষাৰোপ কৰাও সঠিক নহয়৷ গৰ্ভাৱস্থাত মানসিক স্বাস্থ্য বজায় ৰখা অত্যন্ত গুৰুত্বপূৰ্ণ৷ যোগব্যায়াম, ধ্যান আদি ইতিবাচক পৰিবেশত থাকক৷ প্ৰয়োজনত কাউন্সেলিং লোৱাও উপকাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
জীৱনশৈলী

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

March 25, 2026
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

March 25, 2026
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

March 25, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.