হোলিকা দহনৰ সময়
হোলিকা দহনৰ সময়কাল হৈছে ১৩ মাৰ্চ। সেইদিনা নিশা ১০ বাজি ৩৭ মিনিটৰ পাছত হোলিকা দহন আৰম্ভ হব। ১৩ মাৰ্চত হোলিকা দহন বা হোলি পূজাৰ শুভ সময় হৈছে ১ ঘণ্টা ৪ মিনিট। হোলিকা দহনৰ শুভ সময় নিশা ১১ বাজি ২৬ মিনিটক পৰা ১২ বাজি ৩০ মিনিট পৰ্যন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ