• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক’ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক’ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

2 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

32 minutes ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

3 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

4 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

4 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

5 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

5 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

6 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

6 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

6 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক’ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক'ত কিমান টকা বিনিয়োগ কৰিব লাগিব?

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩, ৫, ৭ বছৰত ৫লাখ টকা ৰিটাৰ্ণ বিচাৰে? প্ৰতিমাহে ক’ত কিমান টকা বিনিয়োগ কৰিব লাগিব?
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লাম্পচাম বিনিয়োগৰ বাবে মোটা টকাৰ প্ৰয়োজন। ইয়াত লাভো ভাল পোৱা যায়। কিন্তু সকলোৰে হাতত এনেকৈ ধন থাকিব সেয়া নহয়। তেওঁলোকৰ বাবে ৰেকাৰিং ডিপোজিট বা আৰ ডি আদৰ্শ। ইয়াত প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰিব লাগে। তাৰ ওপৰত সুদ দিয়া হয়। ম্যাদৰ শেষত সুদ আৰু প্ৰকৃত ধন মিলি ভাল অংকৰ ধনেই লাভ কৰে গ্ৰাহকে।

সম্প্ৰতি হৰ ঘৰ লাখপতি স্কিম আৰম্ভ কৰিছে এছ বি আইয়ে। এয়াও এক ধৰণৰ ৰেকাৰিং ডিপোজিট। প্ৰতি মাহে নিৰ্দিষ্ট পৰিমাণৰ টকা জমা ৰাখিব লাগে এই স্কিমত। ম্যাদৰ শেষত ১ লাখ বা তাৰ গুণিতক অংকৰ ধন ৰিটাৰ্ণ পাব বিনিয়োগকাৰীয়ে। অলপ সময় বিনিয়োগ কৰি যিসকলে ডাঙৰ কৰ্পাছ তৈয়াৰ কৰিব খোজে তেন্তে তেওঁৰ বাবে এই স্কিম আদৰ্শ। ধৰি লোৱা হওক ৩ বছৰ, ৫ বছৰ আৰু ৭ বছৰৰ ম্যাদত কোনোৱে ৫ লাখ টকা জমা কৰিব খোজে তেন্তে তেওঁ কিমান টকা বিনিয়োগ কৰিব লাগিব? সাধাৰণ গ্ৰাহক আৰু প্ৰবীণ নাগৰিকৰ বিনিয়োগৰ পৰিমাণ কিমান হোৱা উচিত? জানি থওক সম্পূৰ্ণ হিচাঁপ।

কোনে কোনে হৰ ঘৰ লাখপতি স্কিমত বিনিয়োগ কৰিব পাৰে? এছ বি আইৰ অফিচিয়েল ৱেবচাইট অনুসৰি এই স্কিম ভাৰতৰ যিকোনো বাসিন্দাৰ বাবেই প্ৰযোজ্য। চিংগল একাউণ্টৰ ওপৰিও জয়েণ্ট একাউণ্ট খুলিব পাৰে। ১০ বছৰ বা তাতোকৈ বেছি বয়সীয়া নাবালকে নিজেই একাউণ্ট খুলিব পাৰে। পিতৃ মাতৃ বা আইনী অভিভাৱকৰ সৈতে জয়েণ্ট একাউণ্ট খুলিব পাৰে আপুনি।

স্কিমৰ ম্যাদৰ ওপৰত সুদৰ হাৰ নিৰ্ভৰ কৰে। ৩ ৰ পৰা ৪বছৰৰ ম্যাদত সুদৰ হাৰ ৬.৭৫শতাংশ। ৫ৰ পৰা ১০ বছৰৰ ম্যাদচ ৬.৫০শতাংশ হাৰত সুদ দিয়া হয়। প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ কিছু বেছি। এই ক্ষেত্ৰত ৩ৰ পৰা ৪বছৰৰ ম্যাদত ৭.২৫শতাংশ আৰু ৫ৰ পৰা ১০ বছৰৰ ম্যাদত ৭.০০ শতাংশ হাৰত সুদ দিছে এছ বি আইয়ে।

এতিয়া কোনো ব্যক্তিয়ে যদি ৩বছৰত ৫লাখ ৰিটাৰ্ণ পাব খোজে তেন্তে প্ৰতিমাতে তেওঁ আনুমানিক ১২,৫০৬.১০ টকা বিনিয়োহ কৰিব লাগিব। আৰু প্ৰবীণ নাগৰিকসকলে বিনিয়োগ কৰিব লাগিব প্ৰতিমানে আনুমানিক ১২,৪০৮.৫৫টকা। ৫ বছৰত ৫লাখ সঞ্চয় কৰিব খুজিলে প্ৰতিমাহে আনুমানিক ৭,০৪৩, ১৬ টকা বিনিয়োগ কৰিব লাগিব। এইক্ষেত্ৰত প্ৰবীণ নাগৰিকে বিনিয়োগ কৰিব লাগিব প্ৰতিমাহে আনুমানিক ৬,৯৫০.৯৩টকা। আৰু যদি কোনোৱে ৭ বছৰত ৫লাখ টকা জমা কৰিব খোজে তেন্তে তেওঁ প্ৰতিমাহে আনুমানিক ৪,৬৯৭.১৭ টকা বিনিয়োগ কৰিব লাগিব। আৰু প্ৰবীণ নাগৰিকে বিনিয়োগ কৰিব লাগিব প্ৰতিমাহে আনুমানিক ৪,৬০৯.৯১টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
Next Post
মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি USTMৰ আচাৰ্য মহবুবুল হকৰ, জামিন দিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে

মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি USTMৰ আচাৰ্য মহবুবুল হকৰ, জামিন দিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে

এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.