• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

1 year ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

15 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

16 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

16 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

17 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

18 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

18 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

19 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

20 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

21 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

21 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি

editor by editor
March 11, 2025
in জীৱনশৈলী, বিবিধ
0
এই ভিটামিনৰ অভাৱতেই শুক্ৰাণু কমি আছে পুৰুষৰ, খাদ্য় তালিকাত আনক এইকেইটা সালসলনি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰ্যাপ্ত টোপনিৰ পাছতো আপুনি সকলোসময়তে ক্লান্তবোধ কৰে? এয়া কেৱল এলাহ নহয়। ইয়াৰ অৰ্থ হৈছে আপুনি ভিটামিন B12ৰ অভাৱত ভূগিছে। আপুনি যদি ডিপ্ৰেছনৰ দৰে মানসিক সমস্যাত ভূগি আছে তেন্তে ইয়াৰ বাবে দায়ী এই ভিটামিন।

এই ভিটামিনৰ বেছিভাগ উৎসই হৈছে আমিষ খাদ্য। পশু ভিত্তিক খাদ্য় যেনে মাংস, কণী আৰু দুগ্ধজাত খাদ্যত ভিটামিন B12 থাকে। ২০২৪ ত প্ৰকাশিত এক সমীক্ষাত দেখা গৈছে যে ৫০শতাংশ নিৰামিষভোজী মানুহৰেই কম থাকে ভিটামিন B12, ভিটামিন B12য়ে কেৱল পুৰুষৰবাবে শক্তি বৃদ্ধিতেই সহায় নকৰে ই তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু হৰমনৰ স্বাস্থ্য বজায় ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।শৰীৰত এই ভিটামিনৰ ঘাটি একেবাৰেই উপেক্ষা নকৰিব। ভিটামিন B12ৰ অভাৱ হলে কেইবাটাও লক্ষণ ফুঁটি উঠে। এই লক্ষণসমূহ দেখিলেই সতৰ্ক হওক।

হাত আৰু ভৰিৰ কঁপনি, মনোযোগ অক্ষমতা বা স্মৃতিশক্তিৰ সমস্যা, জণ্ডিছ বা জিভাত গুটি উঠা আদি। যদি আপোনাৰ শৰীৰত ভিটামিন B12ৰ ঘাটি থাকে তেন্তে অনতিপলমে খাদ্যতালিকাত ভিটামিন B12 থকা খাদ্য় ৰাখক। এই খাদ্যৰ ভিতৰত আছে, মুৰগিৰ মাংস, কণী, দুগ্ধজাত পণ্য যেনে গাখীৰ, পনীৰ দৈ আদি। যদি শৰীৰ পৰীক্ষাৰ সময়ত আপোনাৰ শৰীৰত ভিটামিন B12ৰ ঘাটি দেখা যায় তেন্তে আপুনি ছাপ্লিমেণ্টৰ মাধ্যমেৰে এই অভাৱ পূৰণ কৰিব পাৰে। এই সমস্যা গুৰুতৰ হলে ভিটামিন B12ৰ ইনজেকশ্ব্যনো লব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
মই পদত্যাগ কৰিমঃ হঠাৎ কিয় পদত্যাগ কৰিম কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

মই পদত্যাগ কৰিমঃ হঠাৎ কিয় পদত্যাগ কৰিম কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

কাইলৈ উৰা মাৰিব বিশেষ মহাকাশযান! সুনীতা আৰু বুছ উইলমোৰৰ পৃথিৱীলৈ উভতি অহাৰ দিন ঘোষণা কৰিলে নাছাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.