মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই!
‘ধনৰ অভাৱত অসমৰ এজনী ছোৱালীয়ে যদি পঢ়া এৰে মই পদত্যাগ কৰিম’
সদনত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অখিল গগৈক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কৈছে কেইবাটাও কথা
‘ড্ৰপ আউট কৰা এগৰাকী ছাত্ৰীক মোৰ সন্মুখলৈ আনক অখিল গগৈয়ে’
‘ধনৰ অভাৱত কোনো ছোৱালীয়ে যদি পঢ়া এৰে মই আজিয়েই পদত্যাগ কৰিম’
‘নিযুত মইনা আঁচনিৰ জৰিয়তে কোনো ছোৱালীয়ে ড্ৰপ আউট কৰিবলগীয়া হোৱা নাই ‘
‘নিযুত মইনা আঁচনিৰ জৰিয়তে দৰিদ্ৰ ছাত্ৰীৰ জীৱনলৈ হাঁহি ঘূৰি আহিছে’
‘অখিল গগৈয়ে কোনো কলেজৰ এগৰাকী ছাত্ৰীৰ নাম আনি দিয়ক ‘
‘টকাৰ অভাৱত কলেজ এৰা, পঢ়া এৰা ছাত্ৰী আনি দিয়ক মোৰ ওচৰলৈ’
সদনত হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ