• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

1 year ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

36 minutes ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

50 minutes ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

1 hour ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

2 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

2 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

3 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

3 hours ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

5 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

5 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

7 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

7 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিব, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঠোৰ অভিবাসন আইন প্ৰণয়নৰ পথেৰে আগুৱাইছে আমেৰিকা৷ সেই দেশত এতিয়া ১২ দেশৰ নাগৰিকৰ প্ৰৱেশধিকাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ আমেৰিকাত সোমোৱাৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা জাৰি কৰা হৈছে অইন ৭খন দেশৰ নাগৰিকৰ ওপৰত৷

এই সিদ্ধান্তৰ নেপথ্যত কি কাৰণ, সেয়া স্পষ্টৰূপে জনোৱা নাই ৱাছিংটনে৷ হোৱাইট হাউছৰ তৰফৰ পৰা জাতীয় নিৰাপত্তাৰ শংকাক লৈ এই সিদ্ধান্ত বুলি জনোৱা হৈছে৷ বুধবাৰে ট্ৰাম্পে সামাজিকমাধ্যমত লিখিছে, ‘এনেকৈ যি তি কোনো দেশৰ পৰা কোনো নাগৰিকক আমাৰ দেশত সোমাবলৈ দিব নোৱাৰিম কাৰণ এয়া আমা নিৰাপত্তা বিঘ্নিত কৰে৷ সেয়ে আমি নতুন নিৰ্দেশনা জাৰি কৰিছো৷’ এই সিদ্ধান্তৰ বিষয়ে বাখ্যা দিবলৈ গৈ কালোৰাডৰ সাম্প্ৰতিক আক্ৰমণৰ ঘটনাৰ কথা উল্লেখ কৰিছে ট্ৰাম্পে৷

উল্লেখ্য যে দেওবাৰে এই ঘটনাত কালোৰাডৰ এখন শ্বপিং মলৰ বাহিৰত জমায়েতক লক্ষ্য কৰি ফায়াৰ বম্ব এৰিছিল মিছৰৰ এগৰাকী নাগৰিকে৷ শ্লোগানো দিছিল পেলেষ্টাইনক মুক্ত কৰক৷ ট্ৰাম্পৰ এই মন্তব্যৰ পাছতেই আগন্তুক ৯ জুনৰ পৰা আমেৰিকাত সোমাব নোৱাৰিব আফগানিস্তান, ম্যানমাৰ, ৰিপাব্লিক অফ কংগো, চাদ, ইকিউটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰান, লিবিয়া, চোমালিয়া, চুডান আৰু য়েমেনৰ বাসিন্দা৷ প্ৰৱেশাধিকাৰৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুৰুণ্ডি, কিউবা, লাউছ, চিয়েৰা লিওন, টোগো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ নাগৰিকৰ ওপৰত৷

হোৱাইট হাউছ সূত্ৰৰ খবৰ অনুসৰি নিষেধাজ্ঞাৰ কবলত পৰা বেছিসংখ্যক দেশেই সন্ত্ৰাসবাদী কাৰ্যকলাপক সহায় কৰি আহিছে৷ এইক্ষেত্ৰত তালিবান শাসিত আফগানিস্তান, ইৰান আৰু কিউবাৰো উদাহৰণ টানিছে ৱাছিংটনে৷ চাদ আৰু ইৰিত্ৰিয়াৰ দৰে দেশসমূহে নাগৰিকসকলৰ বিৰুদ্ধে অভিযোগ আনিছে যে তেওঁলোকে ভিছাৰ ম্যাদ শেষ হোৱাৰ পাছতো আমেৰিকাত থাকি যাবলৈ চেষ্টা কৰি আহিছে৷ ট্ৰাম্পে জনাইছে, ইছলামিক সন্ত্ৰাসবাদীসকলক আমেৰিকাত প্ৰৱেশ ৰোধ কৰিবলৈ এই পদক্ষেপ ট্ৰাম্পৰ৷ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই হোৱাইট হাউছৰ অন্যতম মুখপাত্ৰ এবিগেল জেকছনে কয়, ‘বিষাক্ত বিদেশীসকলৰ হাতৰ পৰা আমেৰিকাৰ নাগৰিকক ৰক্ষা কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰেছিডেণ্ট ট্ৰাম্পে দিছিল সেই প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিব খুজিছে৷ এইসকল অনুপ্ৰৱেশকাৰীয়ে আমাৰ দেশলৈ আহি আমাৰেই ক্ষতি কৰাৰ চেষ্টা কৰি আহিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ
জীৱনশৈলী

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

August 18, 2026
Next Post
আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

আকৌ পিতৃ হ’বলৈ ওলাইছে আৰবাজ খান, শুভেচ্ছা জনাওতে কি কৈছে ৫৭বছৰীয়া আৰবাজে?

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.