• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

4 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

4 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

5 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

6 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

7 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

7 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

8 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

8 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

9 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু

editor by editor
March 19, 2022
in অসম, বিবিধ, বিশ্ব
0
সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা বা দুটা নহয় সাগৰৰ পাৰত ২৯ টাকৈ তিমিৰ মৃত্যু হৈছে৷

নিউজেলণ্ডৰ সাগৰৰ পাৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে৷

নিউজিলেণ্ডৰ প্ৰকৃতি সংৰক্ষণ বিভাগে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিউজিলেণ্ডৰ দক্ষিণ দ্বীপ উপকূলত ৩৪ টাকৈ তিমি উদ্ধাৰ কৰা হৈছে৷

লগতে পঢ়ক পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

বিভাগটোৱে উদ্ধাৰ হোৱা এই ৩৪ টা তিমিৰ ভিতৰত ২৯ টা তিমিৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷

বিভাগটোৰ মুখপাত্ৰ ডেভ ৱিনাৰবাৰ্ণে প্ৰকাশ কৰা মতে ইয়াৰে ৫ টা তিমি জীৱত হৈ থাকিলেও বালিত আৱদ্ধ হৈ জীৱনৰ সংকটত ভুগি আছে৷ উক্ত তিমিকেইটা সাগৰৰ পানীত উতুৱাই দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

আনহাতে, বালিত আৱদ্ধ হৈ থকা জীৱিত তিমিকেইটাৰ চিকিৎসাৰ বাবে এটা চিকিৎসকৰ দলো ঘটনাস্থলীত উপস্থিত হৈছে৷

লগতে পঢ়ক  ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাৰতত কি কি সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব?

তিমিকেইটা মৃত্যুৱে প্ৰকৃতি প্ৰেমিক শোকাহত কৰি তুলিলেও মুখপাত্ৰগৰাকীৰ মতে এনে ঘটনা কোনো আশ্বৰ্যজক নহয়৷ সাগৰৰ পানীত ভাহি আহি পাৰৰ বালিত তিমি আৱদ্ধ হৈ পৰাতো নতুন কথা নহয়৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৭ চনত অতি কমেও ৭০০ টা তিমিক সাগৰৰ পাৰৰ বালিত উদ্ধাৰ কৰা হৈছিল৷ তাৰে ২৫০ টা তিমি মৃত পোৱা অৱস্থাত পোৱা গৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamWhales Die
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.