• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

4 years ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

15 minutes ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

44 minutes ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

1 hour ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

4 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

13 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

13 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

14 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

editor by editor
March 19, 2022
in ভাৰত, ৰাজনীতি, শিক্ষা
0
গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ভাগৱত গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰিছে৷ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ২০২২-২৩ শিক্ষা বৰ্ষৰপৰা গুজৰাটৰ শিক্ষানুষ্ঠানসমূহত ভাগৱত গীতাক পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰা হ’ব৷

শিক্ষা মন্ত্ৰী জিতু ভাঘ্নীয়ে প্ৰকাশ কৰা অনুসৰি ষষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলে ভাগৱত গীতা অধ্যয়ন কৰিব লাগিব৷

আন এক ঘোষণাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত প্ৰথম শ্ৰেণীৰপৰাই ইংৰাজী ভাষাৰ শিক্ষাও আৰম্ভণি কৰা হ’ব৷

লগতে পঢ়ক মহানগৰীৰ মহিলাৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল কৰি জেইল হাজোতলৈ গ’ল এক যুৱক

বৃহস্পতিবাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় ভাগৱত গীতা আৰু প্ৰথম শ্ৰেণীৰ ইংৰাজী ভাষা শিক্ষণৰ বাবে ৰাজ্য চৰকাৰে পুঁজিও আৱণ্টন কৰিছে৷

ৰাজ্যখনত ভাগৱত গীতাক শিক্ষানুষ্ঠানত বাধ্যতামূলক অধ্যয়ন প্ৰচলন কৰি ভাগৱত গীতা শিক্ষণে শিক্ষাৰ্থীসকলক ‘পৰম্পৰাৰ সৈতে গৌৰৱময় সম্পৰ্ক গঢ়ি তুলিব’ বুলি চৰকাৰে ঘোষণা কৰিছে৷

শিক্ষামন্ত্ৰীগৰাকীৰ মতে ষষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈ ভাগৱত গীতাক পৰিচয়মূলকভাৱে শিকোৱা হ’ব আৰু নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰতিটো অধ্যায়কে বিস্তৃতৰূপত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব লাগিব৷

লগতে পঢ়ক পিতৃৰে সম্পৰ্ক নৰখা কন্যাই পিতৃৰ সম্পত্তিৰ পৰা হ’ব বঞ্চিত!

শিক্ষাৰ্থীসকলে গীতাৰ শ্লোক, কাহিনীসমূহলৈ কুইজ, তৰ্ক, নাটক আদি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব লাগিব৷

গুজৰাটৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ভাগৱত গীতাক প্ৰাথমিক স্তৰত বাধ্যতামূলক শিক্ষণ আৰম্ভ কৰাতো বিৰোধী দল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে সমৰ্থন কৰিছে৷

ইফালে কৰ্ণাটকতো ভাগৱত গীতাক বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিবলৈ ৰাজ্যখনৰ চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBhagawat GeetaGujrat GovtKarnataka Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!

বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.