• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

1 year ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

9 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

10 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

10 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

11 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

12 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

12 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

13 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

14 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

14 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

15 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ

editor by editor
May 14, 2025
in জীৱনশৈলী
0
অসমীয়া মাধ্যমত পঢ়িয়েই বিশ্বজয় অসম কন্যাৰ! ভাৰতৰ পৰা Strategic Higher Education Advisory Council ৰ প্ৰথমগৰাকী সদস্য হিচাপে নিযুক্তি লাভ ডঃ উপাসনা মহন্তৰ
0
SHARES
717
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া মাধ্যমত পঢ়ি বিশ্বত উজ্বলিছে অসমৰ জীয়াৰী৷ শিৱসাগৰৰ পৰা গৈ বিশ্বত উজ্বলিছে অসম জীয়াৰী ডঃ উপাসনা মহন্ত৷ শিৱসাগৰৰ জয়সাগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল উপাসনাই৷ ৰংপুৰ গাৰ্লছ স্কুল আৰু ফুলেশ্বৰী বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰা উপাসনাই দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা আৰু হিন্দু মহাবিদ্যালয়ত গ্ৰহণ কৰে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী৷ জৱাহৰলাল নেহৰু ইউনিভাৰ্ছিটিৰ পৰা MPhil আৰু PhD ডিগ্ৰীধাৰী উপাসনা মহন্ত৷

শেহতীয়াকৈ কৰ্মজীৱনত দেখুওৱা সফলতাৰে চৰ্চালৈ আহিছে ডঃ উপাসনা মহন্ত৷  উপাসনাই ভাৰতত উচ্চশিক্ষা গ্ৰহণ কৰি বিদেশলৈ গৈ দেখুৱাইছে পাৰদৰ্শিতা৷ কানাডাৰ ভেংকুৱাৰৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ উইমেনছ এণ্ড জেণ্ডাৰ ষ্টাডিজত ডক্টৰেট ফেলোও হিচাপে কৰ্মৰত আছিল উপাসনা৷ মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ চেণ্টাৰ ফৰ উইমেনছ ষ্টাডিজৰ অধ্যাপক হিচাপেও আছিল উপাসনা৷

গৱেষণা আৰু পাঠদানৰ দায়িত্বৰ মাজতেই উপাসনাই তেওঁ পঢ়োৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক বিভিন্ন দিশত জীৱনৰ ব্যৱহাৰিক শিক্ষাও প্ৰদান কৰি আহিছে৷ বিশেষকৈ তেওঁ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ ভূমিকা, লিংগভিত্তিক সংঘাত দূৰীকৰণৰ ওপতো তেওঁ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷

বৰ্তমান ভাৰতৰ ভিতৰত প্ৰখ্যাত অ পি জিণ্ডাল গ্লবেল ইউনিভাৰ্ছিটিৰ এডমিছন এণ্ড আউটট্ৰিছ বিভাগৰ গুৰু হিচাপে কৰ্মৰত ডঃ উপাসনা মহন্ত৷ ভাৰতৰ প্ৰথমগৰাকী সদস্য হিচাপে ডঃ উপাসনাই নিযুক্তি পাইছে কেম্ব্ৰিজ ইণ্ডাৰনেশ্ব্যনেলৰ অন্তৰ্গত ষ্ট্ৰিটিজিক হাইয়াৰ ইডুকেশ্ব্যন কাউন্সিলত(Strategic Higher Education Advisory Council)৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.