• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

1 year ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

53 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

1 hour ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

1 hour ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

6 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি

editor by editor
September 8, 2025
in জীৱনশৈলী
0
পিতৃপক্ষত অশুভ সংকেত! সপোনত যদি এই ৪ জন্তু দেখে তেন্তে পূৰ্বপুৰুষৰ ৰোষত পৰিছে আপুনি
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃপক্ষক এক অত্যন্ত গুৰুত্বপূৰ্ণ সময় হিচাপে ধৰা হয়৷ এই সময়ক পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু তেওঁলোকৰ বাবে পুণ্য অৰ্জনৰ বিশেষ সময় বুলি ধাৰণা কৰা হয়৷ বিশেষ পূজা আৰু তৰ্পণৰো আয়োজন কৰা হয়৷ এই সময়ত বহুতেই সপোনত বিভিন্ন প্ৰাণী দেখা পায়৷ জ্যোতিষশাস্ত্ৰত এই ধৰণৰ সপোনক পূৰ্বপুৰুষৰ অসন্তুষ বা তেওঁলোকৰ বাৰ্তাৰ প্ৰতীক হিচাপে বাখ্যা কৰা হয়৷ এই সপোন অৱচেতন মনৰ বাৰ্তা নহয় এই বাৰ্তা আমাৰ কৰ্ম আৰু পূৰ্বপুৰুষৰ প্ৰত্যাশাৰ সৈতে গভীৰভাৱে জড়িত৷ যদি শ্ৰাদ্ধ আৰু তৰ্পন যথাযথভাৱে সম্পন্ন নহয় তেতিয়া এই সংকেত আৰু স্পষ্টভাৱে প্ৰকাশ পায়৷

পিতৃপক্ষত সাপৰ সপোন

সপোনত সাপ দেখা সতৰ্কবাৰ্তা আৰু শক্তিৰ প্ৰতীক হিচাপে বিবেচিত হয়৷ শাস্ত্ৰমতে পিতৃপক্ষৰ সময়ত যদি আপুনি সপোনত সাপ দেখে তেন্তে ইংগিত দিব পাৰে যে আপোনাৰ পূৰ্বপুৰুষ আপোনাৰ প্ৰতি অসন্তুষ্ট৷ সম্ভাব্য কাৰণ হব পাৰে যে আপুনি তেওঁলোকক সঠিকভাৱে তৰ্পণ সম্পন্ন কৰা নাই৷ এই সময়ত তেনে সপোন দেখাটোৱে আপোনাক স্মৰণ কৰাই দিয়ে যে আপোনাৰ নিজৰ কৰ্মসমূহ আকৌ উচিতভাৱে জুঁকিয়াই চোৱা আৰু দ্ৰুত সংশোধন কৰাৰ প্ৰয়োজন৷

পিতৃপক্ষত কাউৰীৰ সপোন

হিন্দুশাস্ত্ৰত কাউৰীক সাধাৰণতে পূৰ্বপুৰুষৰ উপস্থিতি আৰু বাৰ্তাৰ প্ৰতীক হিচাপে ধৰা হয়৷ পিতৃপক্ষৰ সময়ত সপোনত কাউৰী দেখা শুভ লক্ষণ নহয়৷ ইয়াৰ মানে হৈছে আপোনাৰ পূৰ্বপুৰুষ এতিয়াও তৃপ্ত হোৱা নাই আৰু তেওঁলোকে আত্মাৰ শান্তিৰ সন্ধানত আছে৷ এই ধৰণৰ সপোনে ইংগিত দিয়ে যে আপুনি শ্ৰাদ্ধ আৰু তৰ্পণৰ আচাৰ অনুষ্ঠানত মনোযোগ দিব লাগে৷

পিতৃপক্ষত মেকুৰীৰ সপোন

পিতৃপক্ষৰ সময়ত সপোনত মেকুৰী দেখাটো অশুভ আৰু সতৰ্কবাৰ্তাৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷ যদি এই সময়ত সপোনত মেকুৰী দেখা যায় তেতিয়া পূৰ্বপুৰুষৰ অসন্তুষৰ ইংগিত হব পাৰে৷ বহু সময়ত সপোনত মেকুৰীয়ে কান্দিলে ভৱিষ্যতে কোনো ডাঙৰ ঘটনা ঘটিব পাৰে৷ সেয়ে এই সময়ত পিতৃদোষ মোচনৰ বাবে বিশেষ পূজা আৰু আচাৰ পালন কৰা অত্যন্ত জৰুৰী৷

পিতৃপক্ষত শগুনৰ সপোন

শগুনৰ সপোন অত্যন্ত গুৰুতৰ৷ ই মৃত্যু, পৰিবৰ্তন আৰু কঠিন সতৰ্কবাৰ্তাৰ প্ৰতীক৷ পিতৃপক্ষত সপোনত শগুন দেখা মানে আপোনাৰ পুৰ্বপুৰুষ অসন্তুষ্ট আৰু তেওঁলোকৰ আত্মাই শান্তি পোৱা নাই৷ ই ইংগিত কৰে যে শ্ৰাদ্ধ বা তৰ্পণৰ কৰ্মত কোনো ঘাটি ৰৈ গৈছে অথৱা পৰিয়ালৰ মাজত কিছু ভুল হৈছে৷ সেয়ে এনে সপোনক গুৰুত্বসহকাৰে লোৱা উচিত আৰু পূৰ্বপুৰুষৰ সন্তুষ্টিৰ বাবে বিশেষ পূজা, তৰ্পণ বা শ্ৰাদ্ধ কৰা প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
চন্দ্ৰগ্ৰহণৰ পাছতেই শুক্ৰই আনিছে ভালখবৰ! ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ? পদে পদে সাফল্য পাব কোন কোন ৰাশিয়ে?

চন্দ্ৰগ্ৰহণৰ পাছতেই শুক্ৰই আনিছে ভালখবৰ! ভাগ্য ঘূৰিব কোন কোন ৰাশিৰ? পদে পদে সাফল্য পাব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.