• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

1 year ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

2 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

2 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

2 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

3 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

4 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

4 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

5 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?

editor by editor
September 8, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ বৃদ্ধি যোগত সৌভাগ্য বৃদ্ধি পাব ৫ৰাশিৰ, বজৰংবলীৰ কৃপা পাব কোন কোন ৰাশিয়ে?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৯ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ ভাদৰ কৃষ্ণা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৃদ্ধি যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱো৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ৯ ছেপ্টেম্বৰত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ বজৰংবলীৰ কৃপাত শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ প্ৰয়োজনত জীৱনসংগীক কাষত পাব৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব পাৰে৷

কৰ্কট ৰাশি

কাইলৈ বৃদ্ধি যোগৰ শুভ প্ৰভাৱ পাব কৰ্কট ৰাশিৰ জাতকে৷ সকলো ধৰণৰ আনন্দ আপুনি লাভ কৰিব৷ ঘৰ বা বাহন ক্ৰয়ৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হব পাৰে৷ পেছাগত জীৱনত কিছু পজিটিভ প্ৰভাৱ লক্ষ্য কৰিব৷ কাইলৈ আপুনি যিমান পৰিশ্ৰম কৰিব তাৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

তুলা ৰাশি

গণ্ড যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ কাইল আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ সকলো কামতেই প্ৰচুৰ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দেৰে সময় কটাব পাৰিব৷ ইয়াৰ ফলত মনত সুখ থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকেও সুখবৰ পাব৷ কাৰ্যালয়ত সহকৰ্মীৰ সৈতে সম্পৰ্ক ভালে থাকিব৷

ধনু ৰাশি

কাইলৈ ৰেৱতী নক্ষত্ৰত হনুমানৰ আশীৰ্বাদ বৰ্ষিত হব ধনু ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহী হৈ উঠিব৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ ধনুৰ জাতকৰ ব্যৱহাৰ কিছু উগ্ৰ হৈ উঠিব পাৰে৷ আপোনাৰ আচৰণ কাইলৈ কিছু নৰম ৰাখক৷ কৰ্মক্ষেত্ৰত লাভৱান হব৷

কুম্ভ ৰাশি

বৃদ্ধি যোগৰ শুভ প্ৰভাৱ বৰ্তি থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত বহুতৰে সৈতে মিলামিছা হব আপোনাৰ৷ সকলোৰে সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব৷ নিজৰ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ মানসিক চাপমুক্ত হৈ কাইলৈৰ দিনটো কটাব৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷ হঠাৎ কিছু ধন হাতলৈ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

৯ ছেপ্টেম্বৰৰ দিনটো কিয় বিশেষ? ৯ঃ৯ঃ৯ ইয়াৰ অৰ্থ কি? মনৰ অপূৰ্ণ ইচ্ছা পূৰণ হ’বলৈ কি কৰিব?

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.