• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

9 months ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

16 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

17 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

17 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

19 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

19 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

20 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

21 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

22 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

23 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

23 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

23 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?

editor by editor
September 9, 2025
in জীৱনশৈলী
0
দেৱীপক্ষৰ আৰম্ভণিতেই সূৰ্যগ্ৰহণ! কোন কোন ৰাশিৰ জীৱনত ইয়াৰ শুভ প্ৰভাৱ পৰিব? কোন কোন ৰাশিৰ জাতক সতৰ্ক হৈ থাকিব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱীপক্ষৰ আৰম্ভণিতেই অৰ্থাৎ মহালয়াৰ দিনাই সূৰ্যগ্ৰহণ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত ভিন্নধৰণে পৰিব পাৰে৷ যদিও এই ধৰণৰ ঘটনা বিৰল কিন্তু জ্যোতিষশাস্ত্ৰত বিশ্বাসীসকলে ইয়াৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ পূৰ্বৰে পৰাই আগ্ৰহী হৈ থাকে৷ ২০২৫ চনৰ ২১ ছেপ্টেম্বৰত মহালয়াৰ দিনাই পৰিছে সূৰ্যগ্ৰহণ৷

কোন কোন ৰাশি লাভৱান হ’ব?

মেষ ৰাশি

এই ৰাশিৰ জাতকৰ বাবে সূৰ্যগ্ৰহণে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ কৰ্মক্ষেত্ৰত তেওঁলোকৰ উন্নতিৰ সম্ভাৱনা আছে৷ বিশেষকৈ যিসকলে নতুন কোনো প্ৰকল্প বা কাম আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় খুবেই ভাল৷ আৰ্থিক দিশৰ পৰাও অপ্ৰত্যাশিত লাভ কৰিব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত ফলপ্ৰসূ হব৷ এই গ্ৰহণে তেওঁলোকৰ আৰ্থিক জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে আৰু ব্যৱসায়ীয়ে বৃহৎ লাভ কৰিব৷ পাৰিবাৰিক জীৱনলৈকো সুখ সমৃদ্ধি আহিব পাৰে৷

সিংহ ৰাশি

সূৰ্যগ্ৰহণৰ কাৰণে সিংহ ৰাশিৰ জাতকে বিশেষ সুবিধা পাব পাৰে৷ তেওঁলোকৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত উচ্চপদস্থ কৰ্মকৰ্তাসকলৰ সমৰ্থন পাব পাৰে৷ তেওঁলোকে কামৰ প্ৰশংসা পাব৷ ব্যক্তিগত জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷

সতৰ্ক থকাৰ প্ৰয়োজন কোন কোন ৰাশিৰ?

অন্যহাতে কিছু ৰাশিৰ জাতকৰ বাবে এই সময় খুবেই চেলেঞ্জিং হব৷ তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ দিশত তেওঁলোকে নজৰ ৰখাটো প্ৰয়োজন৷ কন্যা, বৃষ আৰু মীন ৰাশিৰ জাতকে এই সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাবধানে চিন্তা কৰা উচিত৷ অপ্ৰয়োজনীয় বিতৰ্ক এৰাই চলিলে আৰু শান্ত থকাৰ চেষ্টা কৰিলে তেওঁলোকৰ ভাল হব৷ট

(এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনান ভিত্তিত লিখা হৈছে৷ ইয়াত লেখা সকলো কথা আগন্তুক দিনত সত্য প্ৰমাণিত হব বুলি দাবী কৰা হোৱা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা কোনো সমস্যাৰ সমাধানৰ বাবে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.