• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

10 months ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

1 hour ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

2 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

2 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

3 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

17 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

18 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

19 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

19 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

20 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

21 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

editor by editor
September 9, 2025
in জীৱনশৈলী, ভাৰত
0
খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বিমানবন্দৰত সমস্যাত পৰিছে জনপ্ৰিয় দক্ষিণী অভিনেত্ৰী নব্যা নায়াৰ৷ খোঁপাত ফুল গুজি বেগতো মালা কঢ়িয়াই নিয়া সংস্কাৰী অভিনেত্ৰীক কিয় বিমানবন্দৰত আটক কৰা হল সেই বিষয়ক লৈ উঠিছে বহু প্ৰশ্ন৷ অষ্ট্ৰেলিয়াৰ কাঢ়া বায়ো ছিকিউৰিটি আইন ভংগ কৰাৰ বাবে অভিনেত্ৰীক জৰিমনা হিচাপে বিহা হ’ল ১.১৪ লাখ টকা৷

ঘটনা কি?

দক্ষিণী সংস্কৃতিত খোঁপাত বা চুলিত মালা লগোৱাৰ প্ৰথা আছে৷ যিকোনো অনুষ্ঠান বাদেই আনকি দৈনন্দিন জীৱনতো তেওঁলোকে খোঁপাত মালা লগাই৷ মালায়ালম অভিনেত্ৰী নব্যা নায়াৰেও অষ্ট্ৰেলিয়াৰ ওনম উৎসৱত চামিল হ’ব৷ যি ভিক্টোৰিয়া মালায়ালি সংগঠনৰ পক্ষৰ পৰা আয়োজন কৰা হৈছিল৷ মেলবৰ্ণ বিমানবন্দৰৰ অধিকাৰীসকলে তেওঁলোকৰ বেগত তালাচি চলাই ১৫ ছেণ্টিমিটাৰ দীঘল ফুলৰ মালা লাভ কৰে৷ মেলবৰ্ণৰ এক ইভেণ্টলৈ গৈ নব্যাই সমগ্ৰ ঘটনা সন্দৰ্ভত বাখ্যা কৰিছে৷

কিয় বিহা হ’ল জৰিমনা?

নব্যাই কৈছে, তেওঁৰ পিতৃয়ে এই ফুলৰ মালা ক্ৰয় কৰিছিল আৰু অভিনেত্ৰীগৰাকীক যাত্ৰাৰ সময়ত খোঁপাত লগাবৰ বাবে দিছিল৷ আধাখিনি তেওঁ খোঁপাত লগাই বাকিখিনি বেগত থৈছিল৷ নব্যাই ভুল স্বীকাৰ কৰি কয় যে তেওঁ এই কাম কৰা উচিত নাছিল৷ কিন্তু নব্যাই পূৰ্বে এনে আইন থকাৰ কথা জনাও নাছিল৷ মেলবৰ্ণৰ বিমানবন্দৰৰ কাঢ়া আইন তেওঁ মানিবই লাগিব৷ ২৮ দিনৰ ভিতৰত সেয়ে তেওঁ এই জৰিমনা দিব লাগিব৷

বায়ো ছিকিউৰিটি আইন কি?

অষ্ট্ৰেলিয়াই তেওঁলোকৰ কৃষি আৰু পৰিবেশ ৰক্ষাৰ বাবে অত্যন্ত কঠোৰ জৈৱ নিৰাপত্তা আইন তৈয়াৰ কৰিছে৷ তাত তাজা ফুল, গছপাত, বীজ আৰু মাটিৰ দৰে সামগ্ৰী নিষিদ্ধ কৰিছে৷ কাৰণ ইয়াৰ মাধ্যমেৰে দেশত কীটপতংগ আৰু ৰোগ বিয়পি পৰিব পাৰে৷ সেয়ে ফুলৰ মালাৰ দৰে সামগ্ৰী তাত লৈ যোৱাটো অপৰাধ৷ এই মালাৰ বাবেই তেওঁক মোটা জৰিমনা বিহা হ’ল৷

অষ্ট্ৰেলিয়ালৈ কি কি লৈ যাব নোৱাৰিব?

অষ্ট্ৰেলিয়াৰ চৰকাৰৰ ৱেবচাইটত উল্লেখ থকা অনুসৰি যাত্ৰীসকলে অৱতৰণৰ সময়ত নিজৰ ইনকামিং পেছেঞ্জাৰ এৰাইভেল কাৰ্ডত এইসমূহ ঘোষণাও কৰে৷ ইয়াৰ মাজত আছে সকলোধৰণৰ খাদ্য, গছপাত, পশুপ্ৰাণী সংক্ৰান্তীয় সামগ্ৰী, ১০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰ বা অন্য কোনো বিদেশী মুদ্ৰা তথা কিছু ঔষধ অনৰ্ভুক্ত আছে৷ যদি কোনো যাত্ৰীয়ে তেওঁৰ বেগত কি কি আছে পৰীক্ষা নকৰে তেন্তে তেওঁক জৰিমনা বিহা হ’ব৷

নব্যা নায়াৰ কোন?

উল্লেখ্য যে ২০০১ চনত চিবি মালায়িল পৰিচালিত ‘ইষ্টাম’ৰে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল নব্যাই৷ ইয়াৰপাছতেই এটাৰ পাছত আনখন হিট ছবিত অভিনয় কৰে তেওঁ৷ দক্ষিণৰ তেওঁ এতিয়া এগৰাকী প্ৰভাৱশালী অভিনেত্ৰী৷ নন্দনম, কাল্যণাৰামন, গ্ৰামোফোন, দৃশ্য, ওৰুথি তেওঁৰ অভিনীত ছবিৰ তালিকাত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
Next Post
দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

মাহত ২৫০০ টকা জমা কৰিলেও লাখপতি হ’ব আপুনি, জানক কি এই স্কিম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.