• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

11 months ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

23 minutes ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

58 minutes ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

2 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

2 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

3 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

4 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

5 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

5 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

6 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

8 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

8 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা

editor by editor
September 9, 2025
in জীৱনশৈলী, বিশ্ব, ৰাজনীতি, লেখা
0
পদত্যাগ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ! পদত্যাগৰ পাছতেই ব্যক্তিগত এয়াৰলাইন্সৰ সৈতে যোগাযোগ, দেশ এৰি ডুবাইলৈ পলোৱাৰ পূৰ্ণ সম্ভাৱনা
0
SHARES
414
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি বিক্ষোভৰ মাজতেই পলোৱাৰ চেষ্টা কৰিছে নেকি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে? সূত্ৰৰ দাবী যে বাংলাদেশৰ শেখ হাছিনাৰ দৰেই তেওঁ দেশ এৰি যাব পাৰে৷ এইক্ষেত্ৰত তেওঁৰ গন্তব্য হ’ব পাৰে সংযুক্ত আৰৱ আমিৰশাহিৰ ডুবাই৷ প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই উল্লেখ কৰিছে এই কথা৷ ইণ্ডিয়া টুডেই এই তথ্য সম্প্ৰচাৰো কৰিছে৷ সূত্ৰৰ দাবী যে নেপালৰ সেনাপ্ৰধান অশোক ৰাজ ছিগদেলে প্ৰধানমন্ত্ৰী অলিক প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰাৰ পৰামৰ্শ দিয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে কিছু মুহূৰ্তৰ পূৰ্বে পদত্যাগ কৰিছে৷

সূত্ৰৰ দাবী যে চিকিৎসাৰ বাবে ডুবাই যোৱাৰ অজুহাত দি দেশ এৰাৰ পৰিকল্পনা অলিৰ৷ ব্যক্তিগত বিমান সংস্থা হিমালয় এয়াৰলাইন্সৰ সৈতেও যোগাযোগ কৰিছে অলিয়ে৷ ইতিমধ্যেই তেওঁ মন্ত্ৰীসভাৰ দায়িত্ব উপপ্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে৷ মঙলবাৰে সন্ধিয়া ৬ বজাত সৰ্বদলীয় বৈঠকো মতা হৈছে৷ কিন্তু এই বৈঠকৰ সময়লৈকে তেওঁ নেপালত থাকিবনে সেই বিষয়ক লৈ সন্দিহান হৈ পৰিছে সকলো৷

এক বাৰ্তাত নেপালৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘এই পৰিস্থিতিৰ মোকাবিলা আৰু সমাধান বিচৰাৰ বাবে আমি নিৰ্দিষ্ট কিছু দলৰ সৈতে আলোচনা চলাইছো৷ মঙলবাৰে সন্ধিয়া ৬ বজাত এক সৰ্বদলীয় বৈঠক আয়োজন কৰিছো৷ এই কঠিন পৰিস্থিতিত সকলোকে শান্ত থাকিবলৈ অনুৰোধ জনাইছো৷’

উল্লেখ কৰা প্ৰয়োজন যে সামাজিকমাধ্যমত নিষেধাজ্ঞা জাৰি কৰিছিল নেপাল চৰকাৰে৷ সেই বিষয়ক কেন্দ্ৰ কৰিলেই আৰম্ভ হৈছিল বিতৰ্ক৷ দীৰ্ঘদিনৰ পুঞ্জীভূত ক্ষোভত ঘৃতাহুতি দিয়ে অলিৰ এই সিদ্ধান্তই৷ প্ৰতিবাদত নামে দেশৰ ছাত্ৰসমাজ৷ তেওঁলোকৰ বিক্ষোভে সোমবাৰে অগ্নিগৰ্ভ কৰি তোলে ৰাজধানী কাঠমাণ্ডু৷ পৰিস্থিতি সম্ভালিবলৈ আৰক্ষীয়ে গুলিচালনাও কৰে৷ এই গুলিচালনাত মৃত্যু হয় ১৯জন বিক্ষোভকাৰীৰ৷ তাৰপিছতেই আৰু জংগী হৈ উঠে বিক্ষোভকাৰী দল৷ আন্দোলনকাৰীৰ চাপতেই নেপাল চৰকাৰে সামাজিকমাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞা তুলি লবলৈকো বিবৃত্তি জাৰি কৰে৷ কিন্তু তাৰপিছতো প্ৰতিবাদকাৰী শান্ত হোৱা নাই৷ তেওঁলোকে অলিৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখে আৰু শেষত পদত্যাগ কৰিবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী অলিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

খোঁপাত মালা পিন্ধাৰ বাবেই বিমানবন্দৰত ভৰিলে ১.১৪ লাখ জৰিমনা, কিয় খোঁপাত মালা লগোৱাৰ বাবে জৰিমনা বিহা হ’ল এই অভিনেত্ৰীক?

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

দুৰ্গাপূজাৰ সময়তে ৪ৰাশিয়ে লাভ কৰিব লক্ষ্মীৰ কৃপা, হাতলৈ অৰ্থ আহিব কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.