• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

11 months ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

18 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

1 hour ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

4 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

editor by editor
May 14, 2025
in জীৱনশৈলী, ভাৰত
0
ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুধনৈৰ উদয়পুৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড ৷ উদয়পুৰৰ এখন দোকানত তেজেৰে লতুৰি পুতৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ৷ ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে৷ নিহত মহিলা গৰাকী ফুলেশ্বৰী ৰাভা বৰ্মন বুলি জানিব পৰা গৈছে৷

পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড বুলি একাংশই জানিবলৈ দিছে৷ বিগত দুটা দিনত গুৱাহাটী মহানগৰীত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰা হৈছে ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ এগৰাকী ৬০ৰ ঊৰ্ধ্বৰ মহিলাক৷ মহিলাগৰাকীৰ বোৱাৰী গৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

মঙলবাৰে নিশা নিপ্পজ্যোতি ৰাভা নামৰ যুৱকজনে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ “ৰেড চিলী” কিনিবলৈ অহাৰ চলেৰে মহিলাগৰাকীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে। কেৱল এয়াই নহয় মহিলাগৰাকীৰ ক্ৰমে কণমানি নাতিনী দুগৰাকীকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ঘাতক নিপ্পজ্যোতিয়ে। চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয়। ৰাইজৰ চিঞৰ বাখৰ শুনি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঘাতক নিপ্পজ্যোতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীক আটক কৰিছে আৰক্ষীয়ে। ইফালে ঘাতক নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ স্থানীয় লোকে জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীৰ সৈতে হত্যাকাৰী নিপ্পজ্যোতিৰে আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক৷ দুধনৈৰ মাজ-মজিয়াতে এগৰাকী মহিলাক হত্যা কৰি আৰক্ষীৰ চকুত ধূলি দি নিৰ্ভিঘ্নে পলায়ন কৰা কাৰ্যক স্থানীয় ৰাইজে এতিয়া প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

মাত্ৰ ২১ ছেকেণ্ডৰ আলিংগতেই স্বস্তি! এবাৰ সাবটি ধৰিলে আপুনিও জটিল ৰোগৰ পৰা মুক্তি পাব, মনলৈ আহিব প্ৰশান্তিৰ ভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.