• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

1 year ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

22 minutes ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

3 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

3 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

4 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

4 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

5 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

5 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

6 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

7 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

editor by editor
October 8, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা, কি কি পথত NO ENTRY

দুৰ্গা পূজালৈ আৰু মাথো কেইটামান ঘণ্টা বাকি। ইতিমধ্যে উচৱমুখৰ পৰিৱেশ সকলোফালে। পূজা মণ্ডপৰ ৰঙা-নীলা লাইটেৰে ৰঙীন হৈ পৰিছে গুৱাহাটীমহানগৰী। ৬ অক্টোবৰ দেওবাৰৰ পৰা অধিক ভিৰ দেখা গৈছে গুৱাহাটীৰ বাট-পথ। বজাৰতো বিৰ দি বাট নোপোৱা অৱস্থা।

সেয়ে প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীত দুৰ্গা পূজা উপলক্ষে যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন যান-বাহনৰ বাবে মসৃণ যাতায়তৰ সুবিধাৰ বাবে ২০২৪ চনৰ ৯ অক্টোবৰ কাইলৈ বুধবাৰৰ পৰা ১৩ অক্টোবৰ দেওবাৰলৈ যাতায়ত নিষেধাজ্ঞা ঘোষণা কৰা হৈছে।

এই সময়ছোৱাত পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰতহে সকলো সামগ্ৰী কঢ়িয়াই নিয়া বাহন মহানগৰীত প্ৰৱেশ কৰিব পাৰিব। দুপৰীয়া ২ বজাৰ পৰা পুৱতি নিশা ২ বজালৈ একাধিক অঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত বাধা থাকিব।

গণেশ মন্দিৰৰ পৰা গণেশগুৰিৰ ডাঃ আৰ পি ৰোড ৱান ৱে হ’ব । পীৰ আজান ফকিৰ পথ বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ ৱান ৱে পাথ হ’ব।

ফটাশিল চাৰিআলি, ৰেলৱে গেট ৬, ৭, ৮, আৰু সতী জয়মতী পথৰ পৰা প্ৰৱেশ নিষিদ্ধ কৰা হ’ব। তদুপৰি পল্টনবজাৰ, ফানবজাৰ, ফটাশিল, ভৰলুমুখৰ পৰা কোনো ধৰণৰ সামগ্ৰী কঢ়িওৱা যান-বাহনৰ অনুমতি দিয়া নহ’ব।

গুৱাহাটীৰ কেইবাটাও অঞ্চলত অতিৰিক্ত যাতায়তত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পানবজাৰ থানাৰ অধিকাৰক্ষেত্ৰত এম এছ ৰোডৰ পৰা এইচ বি ৰোড বা ৪ নং গেটত যান-বাহন প্ৰৱেশ নিষিদ্ধ।

চান্দমাৰী আৰু গীতানগৰ থানা এলেকাত অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিলৈ প্ৰৱেশ নিষিদ্ধ। নুনমাটি থানা এলেকাত হাতীগড় চাৰিআলিৰ পৰাহে যান-বাহন প্ৰৱেশৰ অনুমতি।

লতাশিল থানা এলেকাত হাইকোৰ্ট পইণ্ট আৰু লতাশিল চাৰিআলিৰ মাজৰ এফ চি ৰোডত যান-বাহনৰ অনুমতি নাই।

চিটি বাছৰ বাবে সংশোধিত পথসমূহ হ’ল- বশিষ্ঠ মন্দিৰৰ পৰা বশিষ্ঠ চাৰিআলি, খানাপাৰা ৰটাৰী, আৰু জি এছ ৰোড হৈ ধাৰাপুৰলৈ। আদাবাৰী বাছ ষ্টেণ্ডৰ পৰা মালিগাঁও কছাৰী, চান্দমাৰী উৰণীয়া সেতু, আৰু চিৰিয়াখানা পথ হৈ লালগনেশলৈ।

https://x.com/GhtyTrafficPol/status/1843576825508966674

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamdurga pujaGuwahati Durga PujaRoad InstructionTraffick Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
১২ বছৰৰ পাছত দীপাৱলীত বিশেষ সংযোগৰ বাবে জিলিকি উঠিব কেইবাটাও ৰাাশি

১২ বছৰৰ পাছত দীপাৱলীত বিশেষ সংযোগৰ বাবে জিলিকি উঠিব কেইবাটাও ৰাাশি

পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা ঘোষণা, জন জে. হপফিল্ড আৰু জিঅ’ফ্ৰে ই হিণ্টনলৈ এই সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.