• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

1 year ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

1 hour ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

2 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

2 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

3 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

4 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

5 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

5 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

6 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

8 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

9 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ

editor by editor
August 30, 2025
in জীৱনশৈলী
0
চাৰে সাতি দশা চলি থকাৰ সময়ত ভুলতো সোণৰ গহনা নিপিন্ধিব, শনিৰ ৰোষত আহিব পাৰে এইসমূহ বিপদ
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি শনি হৈছে কৰ্মফলত দেৱতা৷ যদি জন্মছকত শনি অশুভ অৱস্থানত থাকে তেন্তে কেইটামান নিয়ম মানি চলাটো জৰুৰী৷ শনিৰ চাৰে সাতি দশা হৈছে এক অত্যন্ত অশুভ সময়৷ শনিৰ চাৰে সাতি দশা চলিলে জাতকৰ জীৱনত এটাৰ পাছত আনটো সমস্যা আহিব পাৰে৷ শনিয়ে জাতকক নিৰ্দয়ভাৱে শাস্তি দি থাকে বাবেই শনিক নিষ্ঠুৰ গ্ৰহ বুলি কোৱা হয়৷ শনিৰ চাৰেসাতি দশা এবাৰ আৰম্ভ হলে সেয়া প্ৰায় চাৰে সাত বছৰ চলে৷ এই সময়ত নানান বিপৰ্যয় আহে জাতকৰ জীৱনলৈ৷

শনিৰ সাৰে সাতি দশা কি?

নৱগ্ৰহৰ মাজত শনিয়ে  সকলোতকৈ ধীৰেৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ সেই কাৰণেই শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰকৈ অৱস্থান কৰে৷ শনিয়ে যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ ঠিক আগৰ আৰু পাছৰ ৰাশিত পৰে শনিৰ চাৰে সাতি দশা৷ এই হিচাপত এটা এটা ৰাশিত শনিৰ চাৰে সাতি দশা চাৰে সাত বছৰ ধৰি চলে৷ বৰ্তমান শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ সেই কাৰণেই মকৰ, কুম্ভ আৰু মীন ৰাশিত শনিৰ চাৰে সাতি দশা চলিছে৷

শনিৰ চাৰে সাতিত সোণৰ প্ৰভাৱ

জ্যোতিষবিদে জনাইছে যে শনিৰ চাৰে সাতি দশা চলাৰ সময়ত সোণৰ গহনা পিন্ধা উচিত নহয়৷ এই সময়ত সোণ পিন্ধিলে জাতকৰ জীৱনত সংকট আৰু ঘনীভূত হয়৷ ইয়াৰ কাৰণ হৈছে সোণ সূৰ্যৰ সৈতে সম্পৰ্কযুক্ত ধাতু৷ আৰু পুৰাণ অনুসৰি শনিদেৱ হৈছে সূৰ্যদেৱৰ পুত্ৰ৷ সম্পৰ্কত পিতৃ-সন্তান হলেও শনি আৰু সূৰ্যৰ  মাজত মুঠেও সদ্ভাৱ নাই৷ সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ সেয়ে শনিৰ চাৰে সাতি দশা চলাৰ সময়ত শত্ৰু গ্ৰহ সূৰ্যৰ ধাতু সোণ গাত পিন্ধি থাকিলে তাৰ অশুভ প্ৰভাৱ জাতকৰ জীৱনত পৰে৷

শনিৰ চাৰে সাতিত কোন ধাতু শুভ?

আপোনাৰ কোষ্ঠীত যদি শনিৰ চাৰে সাতি দশা থাকে তেন্তে আঙুলিত লোহাৰ আঙুঠি পিন্ধাটো আপোনাৰ বাবে শুভ৷ লোহা হৈছে শনিৰ ধাতু৷ এই ধাতুৰ ওপৰত শনিৰ প্ৰভাৱ থাকে বাবে লোহা পিন্ধিলে চাৰে সাতিৰ কঠিন সময়ৰ প্ৰভাৱ কিছু থাকে বুলি কোৱা হয়৷ সেয়ে লোহা পিন্ধিলে সাৰে সাতিৰ কঠিন সময়ৰ প্ৰভাৱ কিছু পৰিমাণে পাতল হয়৷ ইয়াৰোপৰি লোহাৰ আঙুঠি পিন্ধিলে ৰাহু আৰু কেতুৰ অশুভ দশাও কিছু খৰ্ব কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

October 10, 2026
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
Next Post
বিশ্বকৰ্মা পূজাতেই ৫ ৰাশিৰ ভাগ্যত লটাৰীযোগ! কোন কোন ৰাশিৰ ভাল দিনৰ আৰম্ভণি হ’ব?

বিশ্বকৰ্মা পূজাতেই ৫ ৰাশিৰ ভাগ্যত লটাৰীযোগ! কোন কোন ৰাশিৰ ভাল দিনৰ আৰম্ভণি হ’ব?

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.