• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

2 years ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

11 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

26 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

3 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

5 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

18 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

18 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

editor by editor
July 18, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

সনাতন ধৰ্মত শাওন মাহ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। শাওন মাহত শিৱ আৰু পাৰ্বতীক ভক্তিৰে পূজা কৰা ভক্তসকলৰ সকলো কামনা পূৰণ হয় বুলি মান্যতা আছে। এইবাৰ শাওন মাহৰ প্ৰথম সোমবাৰ ২২ জুলাই তাৰিখ। অসমীয়া তাৰিখ তথা মাহ অনুসৰি ১৭ জুলাই পৰা শাওন মাহ আৰম্ভ হৈছে, পাছে হিন্দী মাহ অনুসৰি ২২ জুলাই সোমবাৰৰ পৰাই শওন মাহ আৰম্ভ হৈছে।

যাৰ বাবে হিন্দী তাৰিখ আৰু মাহ অনুসৰি এইবাৰ ৭২ বছৰৰ পাছত শাওন মাহত এক বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে। হিন্দী শাওন মাহৰএইবাৰ আৰম্ভণি সোমবাৰ লগতে অন্তও পৰিব সোমবাৰত। মুঠ ৫ টা সোমবাৰ পৰিছে।

এনে এক বিৰল সংমিশ্ৰণৰ সৃষ্টি হৈছিল ৭২ বছৰ পূৰ্বে ১৯৫৩ চনৰ ২৭ জুলাইত, যেতিয়া সোমবাৰৰ পৰা আৰম্ভ হৈ সোমবাৰতেই শেষ হৈছিল শাওন মাহ।

শাওন মাহত এইবাৰ ৬টা শুভ যোগা সুত্ৰও গঢ় লৈ উঠিছে। এইবাৰ শাওন মাহত শুক্ৰদিত্য যোগ, বুঢ়াদিত্য যোগ, নৱপঞ্চম যোগ আৰু গজাকেশৰী যোগ গঠন হৈছে। এইবোৰৰ বাহিৰেও কুবেৰ যোগ আৰু শশ যোগো গঢ় লৈ উঠিছে, যাৰ বাবে এই মাহৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে।

২২ জুলাই সোমবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ । এই যোগত শাওনৰ আৰম্ভণি অতি শুভ বুলি গণ্য কৰা হয়। সৰ্বাৰ্থ সিদ্ধি যোগত শাওন সোমবাৰৰ দিনা উপবাসে থাকিলে আপুনি ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। সৰ্বাৰ্থ সিদ্ধি যোগত ৰুদ্ৰভিষেক আৰু উপবাস কৰি ভক্তই আকাংক্ষিত ফলাফল লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Sawan MahinaSawan monthSiva Parvati pujaSiva Puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
Next Post
ওমানৰ তেল জাহাজ দুৰ্ঘটনা, ১৩ ভাৰতীয়সহ ১৬ সন্ধানহীন, কোনোমতে ৯ জনক উদ্ধাৰ

ওমানৰ তেল জাহাজ দুৰ্ঘটনা, ১৩ ভাৰতীয়সহ ১৬ সন্ধানহীন, কোনোমতে ৯ জনক উদ্ধাৰ

দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !

দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.