• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !

দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !

2 years ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

29 minutes ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

2 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

3 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

3 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

5 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

6 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

6 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

8 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

8 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !

editor by editor
July 18, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থত এগৰাকী ৭৪ বৰ্ষীয় মহিলা, জানেনে কোন !
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ শীৰ্ষ ১০গৰাকী কোটিপতিৰ চতুৰ্থগৰাকী এগৰাকী মহিলা, জানেনে কোন !

মুকেশ আম্বানী, গৌতম আদানীৰ নাম বহু শুনিলে। তেঁওলোকৰ টকাৰ কথাও বহু শুনিলে। অৰ্থনীতিৰ ক্ষেত্ৰত পুৰুষৰ দপদপনি বহু চালে। পাছে জানেনে দেশৰ শীৰ্ষ ১০ কোটিপতিৰ ভিতৰত চতুৰ্থগৰাকী এগৰাকী মহিলা। যিয়ে অন্য বহু পুৰুষক পিছ পেলাই আগবাঢ়িছে অৰ্থনীতিৰ ক্ষেত্ৰত।

দেশৰ লগতে বিশ্বৰ দৰবাৰতো নাম আছে ভাৰতীয় ধনাঢ্য লোকৰ। যি কেৱল ভাৰততে নহয়, এছিয়া তথা বিশ্বৰো শীৰ্ষ ধনবান লোকসকলৰ ভিতৰতো অন্যতম।

ব্লুমবাৰ্গ বিলিয়নাৰ্চ ইণ্ডেক্সৰ প্ৰকাশিত তথ্য অনুসৰি, শীৰ্ষ ১০ৰ তালিকাত প্ৰথম স্থানত আছে মুকেশ আম্বনী। দ্বিতীয়ত আছে আদানী গ্ৰুপৰ মালিক গৌতম আদানী। তৃতীয়ত আছে HCLৰ ফাউণ্ডাৰ শিৱ নাদৰ।

চতুৰ্থত আছে ৭৪ বৰ্ষীয় সাবিত্ৰী জিন্দান। জিন্দাল গ্ৰুপৰ চেয়াৰমেন সাবিত্ৰী জিন্দানৰ সম্পত্তিৰ পৰিনাম ৩৫.৩ আৰৱ ডলাৰ। ৰাজনীতিতো দখল আছে সাবিত্ৰী জিন্দালৰ। হাৰিয়ানাৰ বিধানসভাৰ সদস্যও আছিল তেখেত।

ধনাঢ্য লোকৰ এই তালিকাত পঞ্চম স্থানত আছে উইপ্ৰোৰ ফাইণ্ডাৰ অজীম প্ৰেমজী, ষষ্ঠত ছান ফাৰ্মাচিউটিকেলৰ চেয়াৰমেন দিলীপ চাংঘৱী। সপ্তমত ডি-মাৰ্টৰ মালিক ৰাধাকিশন দমানী। অষ্টমত ব্লুমবাৰ্গৰ সুনীল ভাৰতী। নৱমত বিৰলা গ্ৰুপৰ চেয়াৰমেন কে এম বিৰলা। দশমত ছাইৰাছ পুণাৱালা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaIndian Rich PeopleRichestRichest PersonSavitri Zindal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ
বাণিজ্য

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
Next Post
শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

শোকাৱহ, শ্বপিং মলত অগ্নিকাণ্ড সংঘটিত হৈ ১৬ জনে হেৰুৱালে প্ৰাণ, ৭৫ আহত

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.