• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

6 months ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

13 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

2 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

2 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

3 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

6 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

6 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

6 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

7 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

8 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

9 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

10 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

editor by editor
March 12, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১২ মাৰ্চত বিশ্ব কিডনি দিৱস পালিত হয়৷ কিডনিয়ে আমাৰ দেহত টক্সিন ফিল্টাৰ কৰাত আৰু তৰল ভাৰসাম্য বজায় ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কিডনি সমস্যাৰ প্ৰাথমিক লক্ষণসমূহ প্ৰায়েই সূক্ষ্ম হয়৷ সেয়ে ইয়াক সূক্ষ্মভাৱেই নিৰীক্ষণ কৰা খুবেই জৰুৰী৷ কিডনিত সমস্যা আৰম্ভ হৈছে নেকি কি কি লক্ষণ দেখি বুজিব?

প্ৰস্ৰাৱৰ পৰিবৰ্তন

ঘনে ঘনে প্ৰস্ৰাৱ, বিশেষকৈ নিশা, অথৱা প্ৰস্ৰাৱৰ পৰিমান কমি যোৱা কিডনি সমস্যাৰ ইংগিত হব পাৰে৷ ফেনযুক্ত প্ৰস্ৰাৱে প্ৰটিন লিকেজৰ নিৰ্দেশ কৰিব পাৰে৷ প্ৰস্ৰাৱৰ হঠাৎ পৰিবৰ্তনক গুৰুত্ব সহকাৰে লোৱা উচিত৷ কাৰণ ই প্ৰায়েই কিডনিৰ কাৰ্যকাৰিতাৰ প্ৰতিফলত ঘটায়৷

হাত আৰু ভৰি ফুলি যোৱা

কিডনিয়ে অতিৰিক্ত তৰল অপসাৰণ কৰাত ব্যৰ্থ হ’লে বিশেষকৈ গেৰুৱা, ভৰি আৰু হাতত ফোলাভাৱে দেখা যিব পাৰে৷ চকুৰ চাৰিওপাশে ফোলাভাৱো তেনেই সাধাৰণ৷ ক্ৰমাগত ফোলাভাৱেও কিডনিৰ কাৰ্যকাৰিতা হ্ৰাসৰ সৈতে যুক্ত তৰল ধৰি ৰখাৰ ইংগিত দিব পাৰে আৰু এইক্ষেত্ৰত এজন চিকিৎসকক দেখুওৱা উচিত৷

ক্লান্তি আৰু দুৰ্বলতা

কিডনিৰ কাৰ্যকাৰিতা কমি যোৱাৰ কাৰণে তেজত টক্সিন জমা হ’লে সিয়েই দীৰ্ঘস্থায়ী ক্লান্তি সৃষ্টি কৰিব পাৰে৷  লোহিত ৰক্তকণিকাৰ উৎপাদন কমি যোৱাও দুৰ্বলতাৰ কাৰণ হব পাৰে৷ বিশ্ৰাম লোৱাৰ পাছতো ক্ৰমাগত ক্লান্ত বোধ কৰাই কিডনিৰ সমস্যাৰ এক সতৰ্কতামূলক লক্ষণ হব পাৰে৷

শ্বাসকষ্ট

কিডনিৰ কৰ্মহীনতাৰ কাৰণে তৰল জমা হৈ হাওঁফাওঁলৈ যাব পাৰে৷ যাৰ ফলত শ্বাসকষ্ট হ’ব পাৰে৷ কিডনিৰ কাৰ্যকাৰিতা কমি যোৱাৰ কাৰণে ৰক্তাল্পতা, অক্সিজেন সৰবৰাহ কমাই দিব পাৰে৷ ক্লান্তি আৰু শ্বাসকষ্ট আৰু বেয়া হ’ব পাৰে৷ ক্ৰমাগত শ্বাসকষ্টৰ বাবে কিডনিৰ কাৰ্যকাৰিতা পৰীক্ষা কৰোৱাৰ প্ৰয়োজন৷

ক্ৰমাগত খজুটি

কিডনিৰ ত্ৰুটিৰ কাৰণে ৰক্তপ্ৰবাহত বৰ্জ্য জমা হ’লে ছালত খজুটি হ’ব পাৰে৷ এই খজুটি প্ৰায়েই সাধাৰণ আৰু স্থায়ী হয়৷ এলাৰ্জি বা ছাল শুকাই যোৱাৰ সৈতে ই সম্পৰ্কিত নহয়৷ দীৰ্ঘম্যাদি খজুটিয়ে প্ৰায়েই কিডনিৰ স্বাস্থ্যৰ অৱনতিৰ নিৰ্দেশ দিয়ে৷

প্ৰস্ৰাৱত ৰক্ত

গোলপীয়া, ৰঙা বা বাদামি ৰঙৰ প্ৰস্ৰাৱ কিডনিৰ ক্ষতি বা সংক্ৰমণৰ লক্ষণ হব পাৰে৷ ই মূত্ৰনলীৰ মাজত ৰক্তপাত বা গ্লোমেৰুলাৰ সমস্যাক নিৰ্দেশ কৰিব পাৰে৷ আনকি কম পৰিমানে তেজৰ উপস্থিতিও সাম্ভাব্য কিডনি সমস্যাৰেই ইংগিত৷

বমি বমি ভাৱ আৰু বমি

ৰক্তপ্ৰবাহত টক্সিন জমা হোৱাৰ ফলত বমি বমি ভাব, বমি আৰু ভোক হ্ৰাসৰ কাৰণ হব পাৰে৷ কিডনিৰ কাৰ্যকাৰিতা হ্ৰাস পোৱাৰ লগে লগে এই লক্ষণসমূহ প্ৰায়েই দেখা দিয়ে৷ অন্যান্য কাৰণ অবিহনেই গেষ্ট্ৰোইনটেষ্টাইন ট্ৰেক্টত ক্ৰমাগত অস্বস্তি হলে কিডনিৰ পৰীক্ষা কৰাওক৷

টোপনিৰ সমস্যা

কিডনিৰ সমস্যাৰ কাৰণে টক্সিন জমা হ’ব পাৰে যিয়ে টোপনিৰ মানক প্ৰভাৱিত কৰে৷ কিডনিৰ সমস্যাত ভোগা ব্যক্তিৰ ৰেষ্টলেছ লেগছ চিণ্ড্ৰোম আৰু শ্লিপ এপনিয়া বেছি দেখা যায়৷ দীৰ্ঘস্থায়ী টোপনিৰ ব্যাঘাত কিডনিৰ স্বাস্থ্যৰ অৱনতিৰ প্ৰাথমিক লক্ষণ হব পাৰে৷

উচ্চ ৰক্তচাৰ

কিডনিয়ে তৰল আৰু ছডিয়ামৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ কিডনিৰ কাৰ্যকাৰিতা হ্ৰাস পালে উচ্চ ৰক্তচাপ হব পাৰে৷ যিয়ে কিডনিৰ আৰু ক্ষতি কৰে৷ ৰক্তচাপ ক্ৰমাগত বৃদ্ধিয়ে কিডনিৰ কৰ্মহীনতাৰ প্ৰাথমিক লক্ষণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 11, 2026
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী
জীৱনশৈলী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
Next Post
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.