• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

10 months ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

12 minutes ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

42 minutes ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

1 hour ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

2 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

3 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

4 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

4 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

5 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

5 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম

editor by editor
November 16, 2025
in অসম, জীৱনশৈলী, বিবিধ
0
এবাৰ জমা কৰিলে প্ৰতিমাহে পাব ৫৫০০ টকা, জানি থওক পোষ্ট অফিচৰ এই চুপাৰহিট স্কিম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সকলোৱেই সঞ্চয়ৰ কথা ভাৱে৷ সেই ক্ষেত্ৰত প্ৰথমেই প্ৰায়সকলৰ মনলৈ আহে পোষ্ট অফিচ মান্থলি ইনকাম স্কিমৰ কথা৷ পোষ্ট অফিচ শিশু, কন্যা আৰু বয়স্কসকলৰ বাবে বিভিন্ন স্কিম আছে৷ ইয়াৰ কাৰণ হৈছে বেছিভাগ পোষ্ট অফিচৰ প্ৰকল্প ৰিস্কমুক্ত৷ ইয়াত বিনিয়োগ কৰা অৰ্থ নিৰাপদে থাকে৷ ইয়াত সুদৰ হাৰো আকৰ্ষণীয়৷ চৰকাৰে ইয়াৰ সুৰক্ষাৰ নিশ্চয়তা দিয়ে৷
পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিম কাৰ বাবে ভাল সেয়া সকলোৱে জানিবলৈ আগ্ৰহী৷ এই প্ৰকল্পটো অৱসৰপ্ৰাপ্ত চিনিয়ৰ চিটিজেন আৰু গৃহিনীসকলৰ বাবে সকলোতকৈ ভাল অৰ্থলাভৰ বিকল্প৷ ইয়াত ৫ বছৰৰ বাবে এককালীন অৰ্থ জমা কৰিব পাৰে৷ ইয়াত ধন জমা দিয়াৰ তাৰিখৰ পৰাই পোষ্ট অফিচে প্ৰতিমাহে সুদ দিবলৈ আৰম্ভ কৰে৷ এই প্ৰকল্পই বৰ্তমান বাৰ্ষিক ৭.৮শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ ইয়াত জমা কৰা অৰ্থ একেই থাকে৷ প্ৰতিমাহে আপুনি কেৱল সুদ হিচাপেই ভাল টকা লাভ কৰিব পাৰে৷
যেনে ১ লাখ টকা বিনিয়োগ কৰিলে প্ৰতিমাহে ৬১৬ টকা সুদ পোৱা যায়৷ একেধৰণে কোনোৱে যদি ৫লাখ টকা বিনিয়োগ কৰে তেন্তে প্ৰতিমাহে প্ৰায় ৩০৮৩ টকা সুদ পাব৷ কোনে কিমান টকা বিনিয়োগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি সুদ লাভ কৰিব পাৰে৷ এজন ব্যক্তিৰ নামত এটা একাউণ্ট খুলিলে সৰ্বোচ্চ ৯লাখ টকা জমা কৰিব পাৰিব৷ কোনোৱে যদি দুই বা তিনিজনৰ নামেৰে একাউণ্ট খোলে তেতিয়া সৰ্বোচ্চ ১৫ লাখ টকা বিনিয়োগ কৰিব পাৰে৷
কেনেকৈ প্ৰতিমাহে ৫৫৫০ টকা আয় কৰিব?
কোনোৱে যদি এটা একাউণ্টত সৰ্বোচ্চ ৯ লাখ বিনিয়োগ কৰে তেন্তে প্ৰতিমাহে ঠিক ৫৫৫০ টকা আয় কৰিব, যাৰ সুদৰ হাৰ ৭.৮ শতাংশ৷ এই স্কিমৰ ম্যাদকাল ৫বছৰ৷ ইয়াত প্ৰতিমাহে অৱশ্যেই সুদ পোৱা যাব৷ ৫ বছৰ পূৰ্ণ হোৱাৰ পাছত প্ৰাথমিক বিনিয়োগকৃত সম্পূৰ্ণ মূলধন ৯লাখ টকা উভতাই পাব৷ এই টকা নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ অথৱা মাহিলী আয় অব্যাহত ৰখাৰ বাবে বছৰৰ পাছত বছৰ ধৰি একেই মান্থলি ইনকাম স্কিমত পুনঃবিনিয়োগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
Next Post
৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

‘মোৰ ওপৰত জোতাও উঠোৱা হৈছিল, কোনো কন্যাই যাতে মোৰ দৰে পৰিয়াল নাপায়!’ কিয় ঘৰ এৰিলে লালুক কিডনি দান কৰা কন্যা ৰোহিনীয়ে?

‘মোৰ ওপৰত জোতাও উঠোৱা হৈছিল, কোনো কন্যাই যাতে মোৰ দৰে পৰিয়াল নাপায়!’ কিয় ঘৰ এৰিলে লালুক কিডনি দান কৰা কন্যা ৰোহিনীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.