• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

11 months ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

58 minutes ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

1 hour ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

2 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

4 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

5 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

6 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

7 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

7 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত

editor by editor
November 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৪দিন পাছত গোচৰ হ’ব চন্দ্ৰ, মঙ্গলৰ সৈতে সংযোগৰ প্ৰভাৱ পৰিব ৩ ৰাশিৰ জীৱনত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪দিন পাছতেই নিজৰ স্থান পৰিবৰ্তন কৰিব চন্দ্ৰই৷ চন্দ্ৰক জ্যোতিষমতে আবেগ আৰু সৃজনশীলতাৰ প্ৰতীক হিচাপে চোৱা হয়৷ বৃশ্চিক ৰাশিত গোচৰ হ’ব চন্দ্ৰ৷ এই গোচৰত তৈয়াৰ হ’ব বিৰল সংযোগ৷ বৃশ্চিক ৰাশিৰ অধিপতি মঙ্গল৷ চন্দ্ৰ গোচৰ হ’লে এই দুই গ্ৰহৰ ভিতৰত তৈয়াৰ হ’ব সংযোগ৷ যাৰ বিশেষ প্ৰভাৱ দেখা যাব ৩ ৰাশিৰ জাতকৰ জীৱনত৷

মঙ্গলে বৰ্তমান তাৰ নিজস্ব ৰাশি বৃশ্চিকত আছে৷ ৭ ডিচেম্বৰ, ২০২৫ পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ ২০ নৱেম্বৰ ২০২৫ত বৃশ্চিক ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷  জ্যোতিষমতে বৃশ্চিক ৰাশিত চন্দ্ৰ আৰু মঙ্গলৰ যোগত মহালক্ষ্মী ৰাজযোগ তৈয়াৰ কৰিব, যি তিনি ৰাশিৰ জাতকৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত লাভ, আৰ্থিক উন্নতি হব পাৰে৷ মানসিক শান্তি বৰ্তি থাকিব৷

কৰ্কট ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?

কৰ্কট ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হ’ব পাৰে৷ সাফল্য পাব, মানসিক শান্তি পাব৷ আৰ্থিক লাভৰ পথ উন্মুক্ত হ’ব৷ কৰ্মক্ষেত্ৰত অগ্ৰগতি হ’ব৷ সামাজিক সন্মান বৃদ্ধি পাব৷ শাৰীৰিক ক্ষমতা উন্নত হ’ব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হ’ব৷ দীৰ্ঘদিনৰ সুপ্ত কোনো বাসনা পূৰণ হ’ব পাৰে৷

বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?

মঙ্গল আৰু চন্দ্ৰৰ সংযোগ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব পাৰে৷ বহুদিনৰ ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ হঠাৎ অৰ্থৰ আগমন হব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব৷ মঙ্গলৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি কৰিব৷ মৰ্যাদা বৃদ্ধি পাব৷ আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব৷ কেৰিয়াৰৰ অগ্ৰগতিৰ সুযোগ আহিব পাৰে৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যত কলহ কমিব৷

মীন ৰাশিৰ জাতকৰ জীৱনত কি হ’ব?

মীন ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ এই ৰাশিৰ জাতকৰ বাবে মহালক্ষ্মী ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিব৷ আয়ৰ নতুন উৎস খুলিব পাৰে৷ শনিয়ে মীন ৰাশিৰ ঊৰ্ধ্বগতিত অৱস্থান কৰিব৷ সকলো মিলি এই ৰাজযোগত ডাঙৰ সুখবৰ পোৱাৰ সম্ভাৱনা আছে মীন ৰাশিৰ জাতকৰ জীৱনত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
Next Post
‘মোৰ ওপৰত জোতাও উঠোৱা হৈছিল, কোনো কন্যাই যাতে মোৰ দৰে পৰিয়াল নাপায়!’ কিয় ঘৰ এৰিলে লালুক কিডনি দান কৰা কন্যা ৰোহিনীয়ে?

‘মোৰ ওপৰত জোতাও উঠোৱা হৈছিল, কোনো কন্যাই যাতে মোৰ দৰে পৰিয়াল নাপায়!’ কিয় ঘৰ এৰিলে লালুক কিডনি দান কৰা কন্যা ৰোহিনীয়ে?

গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

গজকেশৰী ৰাজযোগত খুলিব ভাগ্য, ২০২৬ৰ আৰম্ভণিতেই ৩ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.