• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

2 years ago
চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

7 minutes ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

21 minutes ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

2 hours ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

2 hours ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

3 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

3 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

4 hours ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

5 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

6 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

6 hours ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

editor by editor
April 4, 2024
in বিশ্ব, ভাৰত
0
ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰততো আহিছিল টাইৱানৰ দৰে ভুমিকম্প, প্ৰাণ গৈছিল বহু হাজাৰ হাজাৰ লোকৰ

২ এপ্ৰিলৰ পুৱাই এক প্ৰচণ্ড ভুমিকম্প আহি বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় টাইৱানৰ। ৭.৪ ৰিখটাৰ স্কেলৰ ভুমিকম্পৰ জোকাৰনি টাইৱানৰ লগতে জাপান আৰু ফিলিপাইনলৈও অনুভুত হয়। বহু ঘৰ-দুৱাৰ ভাঙি যোৱাৰ লগতে বৰ্তমানেও ৯১ হাজাৰ লোকে বিনা বিদ্যুতেৰে বাস কৰি আছে।

এতিয়ালৈকে ৭ লোকে প্ৰাণ হেৰুৱাইছে, ৭০০ৰো অধিক লোক আহত আৰু টাইৱানৰ মিডিয়াই প্ৰকাশ কৰা অনুসৰি ভাঙি পৰা ঘৰৰ মাজত এতিয়াও আৱদ্ধ হৈ আছে ৭৭ গৰাকী লোক।

থিক এনেই এক ভুমিকম্প আহিছিল ভাৰততো। এটা দুটা নহয় এনে ডাঙৰ আৰু বিস্তৰ ক্ষতি কৰা বহু কেইটা ভুমিকম্প আছিল ভাৰততো।

১৯০৫ চন হিমাচল প্ৰদেশ- প্ৰাৱল্য আছিল ৭.৮ ৰিখটাৰ স্কেল। ২০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। ৫৩ হাজাৰ জীৱ-জন্তুৰো প্ৰাণ গৈছিল আৰু প্ৰায় ১ লাখ ঘৰ-দুৱাৰ ধ্বংস হৈছিল।

১৯৫০ চনত অসমত, সেইবাৰ প্ৰাণ হেৰুৱাইছিল প্ৰায় ৩০০০ লোকে। ৰিখটাৰ স্কেল আছিল ৮.৬ .

১৯৯৩ মহাৰাষ্ট্ৰ- ৰাজ্যখনৰ লাটুৰত অহা সেই ভুমিকম্পত প্ৰাণ হেৰুৱাইছিল প্ৰয় ১০,০০০ লোকে।

২০০১ৰ গুজৰাট ভুমিকম্প- ৭.৭ ৰিখটাৰ স্কেলৰ ভুমিকম্পত ধ্বংস গৈছিল সেইবাৰ। চাৰিওফালে কেৱল মৃতদেহ। সঠিক হিচাপ নাই যদিও ২০০০০ মান লোকৰ মৃত্যু বুলি সন্দেহ। লাখৰ ঘৰত লোক আহত।

২০০৫ চনৰ কাশ্মীৰ ভুমিকম্প- ৭.৫ ৰিখটাৰ স্কেলৰ ভুমিকম্পৰ কেন্দ্ৰস্থল আছিল পাকিস্তান। সেই ভুমিকম্পত দুয়ো দেশৰ মৃত্যুৰ সংখ্যা চুইছিল ৮৬ হাজাৰৰ ওচৰ।

ইয়াৰ বাদেও আছে আৰু বহুতো ভুমিকম্প, যাৰ প্ৰাৱল্য ৭ৰ অধিক আৰু মৃত্যুৰ সংখ্যাও ১০০০ৰৰো অধিক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveearthquakeIndia EarthquakeTaiwan earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ
ভাৰত

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

May 19, 2026
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?
ভাৰত

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

May 19, 2026
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?
ভাৰত

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

May 19, 2026
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?
জীৱনশৈলী

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

May 18, 2026
Next Post
সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

সুস্থ হৈ উঠি খেলপথাৰত নামিছিলহে, জৰিমনা ভৰিব লাগিব ২৪ লাখ টকা

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ'ল বিদ্যুতৰ খুটাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.