• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাম্পত্য জীৱনত অশান্তি বাঢ়িছে? ৬ বাস্তু উপায় মানক সংসাৰ সুন্দৰ হ’ব

দাম্পত্য জীৱনত অশান্তি বাঢ়িছে? ৬ বাস্তু উপায় মানক সংসাৰ সুন্দৰ হ’ব

2 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

32 minutes ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

1 hour ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

2 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

2 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

3 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

4 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

5 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

6 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

6 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

7 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

7 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাম্পত্য জীৱনত অশান্তি বাঢ়িছে? ৬ বাস্তু উপায় মানক সংসাৰ সুন্দৰ হ’ব

দাম্পত্য জীৱনত অশান্তি বাঢ়িছে? ৬ বাস্তু টিপছ মানক সংসাৰ সুন্দৰ হ’ব

editor by editor
October 1, 2024
in জীৱনশৈলী, বিবিধ
0
দাম্পত্য জীৱনত অশান্তি বাঢ়িছে? ৬ বাস্তু উপায় মানক সংসাৰ সুন্দৰ হ’ব
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দাম্পত্য জীৱনত প্ৰেম ভালপোৱা সকলোৱে বিচাৰে৷ কিন্তু বেছিভাগ ক্ষেত্ৰত দেখা যায় বিয়াৰ কেইবছৰ পাছৰে পৰাই প্ৰেম যেন কমি যায় স্বামী আৰু স্ত্ৰীৰ মাজত৷ পৰস্পৰৰ সান্নিধ্য প্ৰতিদিনৰ অভ্যাসত পৰিণত হোৱাৰ বাবেই হয়তো এজনৰ প্ৰতি আনজনৰ আকৰ্ষণো কমি যায়৷ আৰু প্ৰেম নাথাকিলেই দাম্পত্য জীৱনত বিভিন্ন সমস্যা আহে৷ নানান মনোমালিন্য চলে৷ স্বামী স্ত্ৰীৰ মাজত অশান্তি হ’লে সেয়ে ঘৰৰ পৰিবেশতো কিছু সালসলনি অনাটো প্ৰয়োজন৷ কাৰণ সাংসৰিক অশান্তিয়ে সন্তানৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷ এই পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলোৱাৰ উপায় বাস্তু শাস্ত্ৰত উল্লেখ আছে৷ বাস্তু অনুসৰি সাংসৰিক জীৱনত সুখ বৰ্তাই ৰাখিবলৈ এইকেইটা কাম কৰিবলৈ নাপাহৰিব৷

ছাদ পৰিষ্কাৰকৈ ৰাখক

ঘৰৰ ছাদত বহু অপ্ৰয়োজনীয় সামগ্ৰী আমি জমাই থও৷ বাস্তু অনুসৰি ঘৰৰ ছাদত এইদৰে অলাগতিয়াল বস্তু গোটাই থোৱাটো উচিত নহয়৷ ই দাম্পত্য জীৱনত ক্ষতিকৰ প্ৰভাৱ পেলাই৷ আমি যেতিয়া শুও তেতিয়া ছাদৰ সৈতে  আমাৰ শৰীৰো সমান্তৰাল হৈ থাকে৷ ফলত ছাদৰ পৰা নিৰ্গত এনাৰ্জি সেই সময়ত আমাৰ ওপৰত পৰে৷ সেয়ে ছাদত অপ্ৰয়োজনীয় সামগ্ৰী থাকিলে সেই নিগেটিভ এনাৰ্জি নিশা শোৱাৰ সময়ত আমাৰ ওপৰত পৰে৷ ফলত দাম্পত্য জীৱনত অশান্তি বাঢ়ে৷ সেয়ে ঘৰৰ ছাদ সদায়ে পৰিষ্কাৰ কৰি ৰাখক৷

বিছনা পৰিষ্কাৰকৈ ৰাখিব

বিছনা সদায়ে পৰিষ্কাৰকৈ ৰাখিব লাগে৷ বিছনাৰ ছাদৰ, গাৰু সকলো পৰিষ্কাৰ কৰি ৰখাটো জৰুৰী৷ বিছনা ছাদৰ আৰু গাৰুৰ কভাৰ কেতিয়াও লেতেৰাকৈ নাৰাখিব৷ বিছনা লেতেৰাকৈ ৰখা ঘৰতো অশান্তিৰ সৃষ্টি হ’ব পাৰে৷

ঘৰখন চিজিলকৈ ৰাখিব

ঘৰৰ সৰু বৰ প্ৰতিটো আচবাবেই পৰিপাটিকৈ ৰাখিবলৈ যত্ন কৰিব৷ ব্যৱহাৰৰ যোগ্য সামগ্ৰীসমূহ ব্যৱহাৰৰ অন্তত নিৰ্দিষ্ট স্থানত নাৰাখি য’তে ত’তে পেলাই থোৱাটো বহুতৰে অভ্যাস৷ সামগ্ৰী তেনেকৈ নাৰাখিব৷ এনেকৈ অলাগতীয়াল সামগ্ৰীৰ ধৰণেৰে লাগতীয়াল সামগ্ৰী থলে সংসাৰত অসুবিধা আহে৷

বেডৰুমত ছবি

পিতৃ মাতৃ বা আপোনাৰ আৰাধ্য দেৱতাৰ ছবি বেডৰুমত নথব৷ ইয়াৰোপৰি শোৱা ঘৰত কেতিয়াও উগ্ৰ বা হিংসাত্মক ছবি নথব৷ শোৱাৰূমত এনে মূৰ্তি ৰাখক যিয়ে আপোনাৰ মনলৈ শান্তি আৰু প্ৰেম কঢ়িয়াই আনে৷ ইয়াৰ শুভ প্ৰভাৱত স্বামী স্ত্ৰীৰ মাজত প্ৰেম বৰ্তি থাকিব৷

বেডৰুমৰ ৰং

বেডৰুমৰ দেৱালত কলা, ঘন নীলা বা অন্য কোনো গাঢ় ৰং নলগাব৷ শোৱাৰুমত সদায়ে পাতল ৰং লগাওক যিয়ে চকু আৰু মনক শান্ত কৰে৷ এই ৰঙে দাম্পত্য জীৱনতো পজিটিভ এনাৰ্জি আনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
প্ৰেয়সীৰ জীৱন শেষ হোৱাৰ পৰতো ইণ্টাৰনেটত বিচাৰিছিল সমাধান, গ্ৰেপ্তাৰ প্ৰেমিক, কি হৈছিল সমগ্ৰ ঘটনা?

প্ৰেয়সীৰ জীৱন শেষ হোৱাৰ পৰতো ইণ্টাৰনেটত বিচাৰিছিল সমাধান, গ্ৰেপ্তাৰ প্ৰেমিক, কি হৈছিল সমগ্ৰ ঘটনা?

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

মহালয়াত ৰাশি মানি দান কৰক এই সামগ্ৰী! সুখী হৈ পিতৃলোকলৈ উভতি আহিব পূৰ্বপুৰুষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.