• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

3 weeks ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

50 minutes ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 hour ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

2 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

19 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

19 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

20 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

21 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

22 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

23 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

24 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ইবোলা কেনেকৈ বিয়পে?

editor by editor
July 23, 2026
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আফ্ৰিকাত বিগত প্ৰায় ৫ মাহ ধৰি ইবোলা ভাইৰাছে সংহাৰ অব্যাহত ৰাখিছে। ইবোলা ভাইৰাছৰ ফলত সৰ্বাধিক ক্ষতি হৈছে আফ্ৰিকান দেশ কংগো। আফ্ৰিকাৰ কংগোত ইবোলাৰ ভয়াৱহ সংক্ৰমণৰ ফলত এতিয়ালৈকে ১,০০০ জনতকৈ অধিক লোকৰ মৃ*ত্যু হৈছে। আফ্ৰিকাৰ মুখ্য স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি কংগোত ইবোলাৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বাঢ়িহে গৈ আছে। কংগোত ইবোলাৰ সংহাৰে ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। ইবোলাৰ সংহাৰ হ্ৰাস নোহোৱাৰ মুখ্য কাৰণ হৈছে দেশখনত ভেকচিন, ঔষধ আৰু পৰ্যাপ্ত ধনৰ অভাৱ।

কংগোৰ স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰলৈ ইবোলাৰ ২,৪৭৩টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে কমেও ৭৩৭ জন ৰোগী আইচ’লেচনত আছে অথবা চিকিৎসাধীন হৈ আছে। ১৫ মে’ত ঘোষণা কৰা এই নতুন ভেৰিয়েণ্ট পূৰ্বৰ ইবোলা ভাইৰাছৰ তুলনাত কিছু পৃথক বুলি জনাইছে দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে। এই ভেৰিয়েণ্টে এতিয়ালৈকে নথিভুক্ত আন যিকোনো ইবোলা প্ৰাদুৰ্ভাৱতকৈ অধিক দ্ৰুতগতিত বহু লোকৰ প্ৰাণ কঢ়িছে।

২০১৩-১৬ত ১১ হাজাৰ লোকৰ মৃ*ত্যু

২০১৩–২০১৬ চনতো আফ্ৰিকাত ইবোলা ভাইৰাছে সংহাৰ চলাইছিল। সেই সময়ত ইবোলাই প্ৰায় ১১ হাজাৰ লোকৰ প্ৰাণ কাঢ়িছিল আৰু প্ৰায় ২৮,০০০ জন লোক ইবোলাত সংক্ৰমিত হৈছিল। ইপিনে সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাই (WHO) জনাইছে যে ইবোলাৰ প্ৰকৃত প্ৰভাৱ চৰকাৰী তথ্যতকৈ ২ৰ পৰা ৪ গুণ অধিক হ’ব পাৰে। কিয়নো বিদ্ৰোহী গোটসমূহৰ সংঘৰ্ষৰ বাবে বহু দূৰ্গম অঞ্চললৈ স্বাস্থ্যকৰ্মীসকলৰ প্ৰৱেশ সম্ভৱ হোৱা নাই, ফলত বহু ঘটনা নথিভুক্তও নোহোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ইবোলা কেনেকৈ বিয়পে?

ইবোলা এক অত্যন্ত সংক্ৰামক ৰোগ। ই মূলতঃ বমি, তেজ, বীৰ্য আদি শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে। ইবোলাই অতি কম সময়ৰ ভিতৰতে ৰোগীক গুৰুতৰভাৱে অসুস্থ কৰি তোলে। স্বাস্থ্য কৰ্তৃপক্ষই সতৰ্ক কৰি দিছে যে নতুনকৈ ধৰা পৰা প্ৰায় ৮০ শতাংশ ঘটনা পূৰ্বে চিনাক্ত কৰা সংক্ৰমণস্থলৰ বাহিৰত দেখা গৈছে। ইয়াৰ অৰ্থ হৈছে, স্বাস্থ্য বিভাগে যিমান দ্ৰুতভাৱে ৰোগীসকলক চিনাক্ত কৰিছে ইবোলাই তাতকৈও বেছি দ্ৰুতগতিত সংক্ৰমিত হৈছে।

মৃ*তদেহ সমাধিস্থ কৰাও ডাঙৰ প্ৰত্যাহ্বান

ইবোলাত মৃ*ত্যুমুখত পৰা লোকসকলৰ মৃ*তদেহ সুৰক্ষিতভাৱে সমাধিস্থ কৰাটোও এক ডাঙৰ সমস্যাত পৰিণত হৈছে। বহু ঠাইত স্থানীয় লোকসকলে স্বাস্থ্য বিভাগৰ বিশেষ দলক বাধা দিয়া দেখা গৈছে কিয়নো কিছুমান সম্প্ৰদায়ে পৰম্পৰাগত নিয়ম অনুসৰি মৃ*তদেহ সমাধিস্থ কৰিব বিচাৰে, যি পদ্ধতিয়ে ভাইৰাছ অধিক বিয়পাৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ উপৰিও, মৃ*তদেহ সমাধিস্থ কৰা দল, স্বাস্থ্যকেন্দ্ৰ আৰু উদ্ধাৰকাৰী দলসমূহৰ ওপৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ebola
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
Next Post
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ'ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.