• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

1 month ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

7 seconds ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

13 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

13 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

14 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

14 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

15 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

15 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

15 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

16 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

19 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

জানক নতুন EPS নীতিৰ A to Z নিয়ম

editor by editor
July 23, 2026
in জীৱনশৈলী, নিয়োগ, বিবিধ
0
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰে Employees’ Pension Scheme (EPS)-2026 কাৰ্যকৰী কৰিছে। Code on Social Security, 2020ৰ অধীনত প্ৰৱৰ্তিত এই নতুন আঁচনিখনে এতিয়া EPS-1995 আৰু Employees’ Family Pension Scheme, 1971-ৰ ঠাই লৈছে। নতুন আঁচনিৰ উদ্দেশ্য হৈছে, কমেও ১০ বছৰৰ পেঞ্চন-যোগ্য সেৱা সম্পূৰ্ণ কৰা কৰ্মচাৰীসকলক প্ৰতিমাহে নিয়মীয়া পেঞ্চন প্ৰদান কৰা। কিন্তু বহু কৰ্মচাৰীৰ মনত প্ৰশ্ন উঠিছে—নতুন আঁচনিত পেঞ্চন গণনাৰ পদ্ধতি সলনি হৈছে নেকি? ইয়াৰ উত্তৰ হৈছে—নহয়। EPS-2026ত মাহিলী পেঞ্চন গণনাৰ সূত্ৰ পূৰ্বৰ দৰেই ৰাখা হৈছে।

এনেদৰে গণনা কৰা হ’ব মাহিলী EPS পেঞ্চন

EPS-2026-ৰ অধীনত মাহিলী পেঞ্চন তলৰ সূত্ৰ অনুসৰি গণনা কৰা হ’ব—
মাহিলী EPS পেঞ্চন = (পেঞ্চন-যোগ্য দৰমহা × পেঞ্চন-যোগ্য সেৱা) ÷ 70
ইয়াত পেঞ্চন-যোগ্য দৰমহা বুলিলে চাকৰি এৰা বা অৱসৰ গ্ৰহণৰ আগৰ শেষৰ ৬০ মাহ (৫ বছৰ)ৰ গড় মাহিলী দৰমহাক বুজায়। অৰ্থাৎ, যদি কোনো কৰ্মচাৰীৰ গড় পেঞ্চন-যোগ্য দৰমহা ১৫,০০০ টকা হয় আৰু তেওঁ ১০ বছৰৰ পেঞ্চন-যোগ্য সেৱা সম্পূৰ্ণ কৰিছে, তেন্তে তেওঁ প্ৰায় ২,১৪৩ টকা মাহিলী পেঞ্চন লাভ কৰিব পাৰে।

১০ বছৰৰ সেৱাৰ পিছত কিমান পেঞ্চন লাভ কৰিব পাৰি?

যদি কোনো কৰ্মচাৰীয়ে কমেও ১০ বছৰৰ পেঞ্চন-যোগ্য সেৱা সম্পূৰ্ণ কৰে, তেন্তে তেওঁৰ গড় মূল দৰমহাৰ ওপৰত ভিত্তি কৰি আনুমানিক মাহিলী পেঞ্চন তলত দিয়া ধৰণৰ হ’ব—
গড় মূল দৰমহা ১০,০০০ টকা – প্ৰায় ১,৪২৯ টকা
১১,০০০ টকা – প্ৰায় ১,৫৭১ টকা
১২,০০০ টকা – প্ৰায় ১,৭১৪ টকা
১৩,০০০ টকা – প্ৰায় ১,৮৫৭ টকা
১৪,০০০ টকা – প্ৰায় ২,০০০ টকা
১৫,০০০ টকা – প্ৰায় ২,১৪৩ টকা মাহিলী পেঞ্চন

কোনে EPS-2026ৰ অন্তৰ্ভুক্ত হ’ব পাৰিব?

চৰকাৰী অধিসূচনা অনুসৰি, ২৯ জুন, ২০২৬ বা তাৰ পিছত EPF আঁচনিত অন্তৰ্ভুক্ত হোৱা আৰু চৰকাৰে নিৰ্ধাৰণ কৰা বেতন-সীমাৰ ভিতৰত থকা কৰ্মচাৰীসকল EPS-2026ৰ সদস্য হ’ব পাৰিব। ইয়াৰ উপৰিও, পূৰ্বতে EPS-1995 বা Employees’ Family Pension Scheme, 1971ৰ সদস্য আছিল বা সদস্য হ’বলৈ যোগ্য আছিল, তেওঁলোকো এই নতুন আঁচনিৰ অন্তৰ্ভুক্ত হ’ব।

১০ বছৰ পূৰ্ণ হোৱাৰ আগতে চাকৰি এৰিলে কি হ’ব?

যদি কোনো কৰ্মচাৰীয়ে ১০ বছৰৰ পেঞ্চন-যোগ্য সেৱা সম্পূৰ্ণ হোৱাৰ আগতে চাকৰি এৰে, তেন্তে পূৰ্বৰ দৰেই তেওঁৰ ওচৰত দুটা বিকল্প থাকিব—
Withdrawal Benefit লৈ জমা হোৱা ধন উলিয়াই ল’ব পাৰে, অথবা
Scheme Certificate লাভ কৰিব পাৰে।
পিছত যদি তেওঁ EPFৰ সৈতে সংযুক্ত আন কোনো প্ৰতিষ্ঠানত চাকৰি কৰে, তেন্তে পূৰ্বৰ সেৱা নতুন সেৱাৰ সৈতে যোগ কৰি পেঞ্চনৰ সুবিধা লাভ কৰিব পাৰিব।

EPS-2026ত কি কি পৰিবৰ্তন হৈছে?

যদিও পেঞ্চন গণনাৰ পদ্ধতিত কোনো পৰিবৰ্তন কৰা হোৱা নাই, তথাপি নতুন আঁচনিত কেইবাটাও প্ৰশাসনিক সংস্কাৰ কৰা হৈছে। পেঞ্চনৰ দাবী ২০ দিনৰ ভিতৰত নিষ্পত্তি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
যদি EPFO-এ কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ দাবী নিষ্পত্তিত পলম কৰে, তেন্তে সংশ্লিষ্ট সদস্যক বছৰি ১২% হাৰত সুত দিয়াৰ ব্যৱস্থা কৰা হৈছে। Higher Pension-সম্পৰ্কীয় বিধানসমূহ আঁচনিখনত অন্তৰ্ভুক্ত কৰা হৈছে। নিয়োগকৰ্তাসকলৰ বাবে Digital Compliance বাধ্যতামূলক কৰা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24EPS rulepension plan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
Next Post
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ'ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.