• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

2 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

8 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

8 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

8 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

9 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

9 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

10 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

10 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

11 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

12 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

editor by editor
April 18, 2024
in ভাৰত, ৰাজনীতি
0
পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ সংকটত আপ নেতা! ৯ ঘণ্টা ধৰি ইডিৰ জেৰা নেতা অমনাতুল্লাহক

আম আদমি পাৰ্টিৰ বিধায়ক অমনাতুল্লাহ খানক ইডিৰ জেৰা অব্যাহত আছে। আজি প্ৰায় ৯ ঘণ্টা ধৰি অমানাতুল্লাহ খানক ইডিৰ জেৰা চলি আছে। আম আদমি পাৰ্টিৰ বিধায়ক অমানতুল্লাহ খান আজি বৃহস্পতিবাৰে বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ কাৰ্যালয়ত ধন সৰবৰাহৰ গোচৰৰ সোধা-পোছাৰ বাবে হাজিৰ হৈছিল।

বিগত সপ্তাহত উচ্চতম ন্যায়ালয়ে দিল্লী ৱাকফ ব’ৰ্ডত খানৰ অধ্যক্ষতা কালত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰটোত আপ বিধায়কগৰাকীৰ আগতীয়া জামিন আবেদন বিবেচনা কৰিবলৈ অস্বীকাৰ কৰিছিল, তাৰ পিছত এতিয়া তেওঁক জেৰা কৰা হৈছে।

১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে অমনাতুল্লাহক তদন্তত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল। ইডি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকৰ সন্মুখত কৈছিল যে, যেতিয়া তেওঁ ৱাকফ ব’ৰ্ডৰ অধ্যক্ষ আছিল তেতিয়া তেওঁ নিয়ম মানি চলিছিল আৰু আইনী মতামত লোৱাৰ পিছতহে ২০১৩ চনত অহা নতুন আইন (ব’ৰ্ডৰ বাবে) অনুসৰি কাম কৰিছিল।

খানৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ এফআইআৰ আৰু দিল্লী আৰক্ষীৰ তিনিটা অভিযোগৰ সৈতে জড়িত।

ইডিয়ে দাবী কৰিছে যে খানে দিল্লী ৱাকফ ব’ৰ্ডত কৰ্মচাৰীক অবৈধভাৱে নিযুক্তি দি নগদ ধনেৰে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰিছিল আৰু সেই ধনৰাশি বিনিয়োগ কৰি সহযোগীসকলৰ নামত স্থাৱৰ সম্পত্তি ক্ৰয় কৰিছিল। খানৰ চৌহদতো অভিযান চলাইছে ইডিয়ে।

উল্লেখ্য যে, উচচতম ন্যায়ালয়ে ১৫ এপ্ৰিলৰ নিৰ্দেশত খানক কোনো ধৰণৰ সকাহ দিবলৈ অস্বীকাৰ কৰিছিল আৰু ইডিৰ চমনত বিধায়কগৰাকীয়ে উপস্থিত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

বিচাৰপীঠে খানৰ অধিবক্তাক বাৰে বাৰে চমন জাৰি কৰাৰ পাছতো হাজিৰ নোহোৱাৰ বাবে জবাবদিহি কৰিছিল। লগতে এই কাৰ্যক ভুল বুলি অবিহিত কৰি ইয়াত কোনো ক্ষমা নাই বুলি কৈছিল ন্যায়লয়ৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapAAP leaderdelhidelhi high courtedenforcement directorate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

দিল্লীৰ মছনদ কাৰ? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ কেইটা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ?

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

হিংসা ঠেলি মণিপুৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাইছে জনতা! অসমত আকৌ প্ৰাক্তন মুখ্য়মন্ত্ৰী সোণোৱালৰ ভাগ্য পৰীক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.