• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

2 years ago
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

24 seconds ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

24 minutes ago
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

35 minutes ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

55 minutes ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

1 hour ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

2 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

3 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

4 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

5 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

5 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?

editor by editor
September 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কণীৰ কুহুম খাব নে বগা অংশ খাব? কোনটো খালে দেহে বেছিকৈ পুষ্টি পাব?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি ঘৰে ঘৰে কলষ্ট্ৰেৰলৰ সমস্যা৷ কলষ্ট্ৰেৰল ধৰা পৰিলে খোৱা বোৱাৰ পৰিবৰ্তন ননাকৈ নাথাকিব৷ কণী খালে বহুতেই হালধীয়া অংশটো খাবলৈ ভয় কৰে৷ কুহুম খালে তেজত কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ কণী ফ্ৰাই কৰি খোৱাটোতো অত্যন্ত বেয়া৷ কিন্তু শৰীৰত কোনো সমস্যা নাথাকিলে কণীৰ কুহুম খাব পাৰিনে? কণীত প্ৰটিন, ভিটামিন, মিনাৰেল, ফেট আছে৷ আপোনাৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কণীৰ কুহুম খাব নে বগা অংশ খাব? পূৰ্বেই জানি থওক কুহুমৰ উপকাৰীতা কি কি?

কণীৰ বগা অংশৰ পৰা শৰীৰে কি কি উপাদান লাভ কৰে?

১. কণীৰ বগা অংশত কেলৰীৰ পৰিমাণ কম৷ ওজম কমাবলৈ কণীৰ বগা অংশ খাব পাৰে৷

২. কণীৰ বগা অংশতো প্ৰটিন থাকে৷ আনকি কণীৰ বগা অংশত এমিনো এছিড থাকে, যিয়ে দেহত একাধিক শৰীৰবৃত্তীয় কামত সহায় কৰে৷ বিশেষকৈ পেশীৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

৩. কণীৰ বগা অংশত কোনোধৰণৰ কলষ্ট্ৰেৰল নাথাকে৷ যাৰ উচ্চ কলষ্ট্ৰেৰলৰ সমস্যা আছে তেওঁলোকে কণীৰ বগা অংশটো নিশ্চিন্তমনে খাব পাৰে৷

কণীৰ কুহুমৰ উপকাৰিতা কি কি?

১. কণীৰ কুহুমৰ মাজত কেলৰি আছে৷ ইয়াৰোপৰি কণীৰ কুহুমত ভিটামিন এ, ডি, ই, কে আৰু বি, আয়ৰণ, ফছফৰাছ, জিংকৰ দৰে পুষ্টি পোৱা যায়৷ এইসকলো পুষ্টিয়ে শৰীৰক সুস্থ ৰখাৰ বাবে অপৰিহাৰ্য৷

২. কণীৰ কুহুমৰ মাজত কোলিন নামৰ এক খনিজ পদাৰ্থ আছে৷ ই মস্তিষ্কৰ কাৰ্যকলাপ পৰিচালনাত সহায় কৰে৷ আনকি বিপাকহাৰ উন্নত কৰিবলৈকো সহায় কৰে এই খনিজে৷

৩. সকলো ফেটেই বেয়া নহয়৷ হাৰ্টৰ স্বাস্থ্যৰ বাবে ভাল ফেটৰো প্ৰয়োজন৷ স্বাস্থ্যকৰ ফেট অৰ্থাৎ পৰিআনছুৰেটেড আৰু মনোএনচুৰেটেড কণীৰ কুহুমত পোৱা যায়৷ কিন্তু অত্যধিক পৰিমাণে কণীৰ কুহুম খালে কলষ্ট্ৰেৰল বাঢ়ি যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য
জীৱনশৈলী

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

April 22, 2026
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

April 22, 2026
ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?
জীৱনশৈলী

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

April 22, 2026
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী
জীৱনশৈলী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

April 22, 2026
Next Post
আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত...

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.