• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

2 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

16 minutes ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

2 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

2 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

3 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

4 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

7 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

7 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

8 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

8 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…

আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত...

editor by editor
September 9, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, লেখা
0
আত্মীয়ই জীৱনসংগী! ৮বছৰ বেকাৰ আছিল বিবাহিত পংকজ, সংসাৰ চলাইছিল পত্নীয়ে, তাৰপিছত…
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বলীউডৰ জনপ্ৰিয় অভিনেতাৰ তালিকাত শীৰ্ষত নাম আছে পংকজ ত্ৰিপাঠীৰো৷ কিন্তু এই জনপ্ৰিয়তাৰ আঁৰত আছে বহু বিষাদ বহু কষ্টকৰ সংগ্ৰাম৷ কেৰিয়াৰৰ আৰম্ভণিতে বিশেষ উপাৰ্জনো নাছিল পংকজৰ৷ স্ত্ৰীৰ উপাৰ্জনৰ ওপৰতেই নিৰ্ভৰ কৰিছিল পংকজে৷ এদিন দুদিন নহয়, ৮ বছৰ সংসাৰৰ খৰচ নিজে কান্ধ পাতি লৈছিল পংকজৰ পত্নী মৃদুলা ত্ৰিপাঠিয়ে৷

স্কুলীয়া জীৱনৰ পৰা মৃদুলাক চিনি পাইছিল পংকজে৷ সহপাঠী নহয়, পংকজৰ আত্মীয় আছিল মৃদুলা৷ বায়েকৰ বিয়াত মৃদুলাৰ সৈতে আলাপ হয় পংকজৰ৷ এক পুৰণি সাক্ষাৎকাৰত পংকজে জনাইছিল যে, ১৯৯৩ চনত পংকজৰ বায়েকৰ বিয়া হৈছিল৷ মৃদুলাৰ ককায়েকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল পংকজৰ বায়েক৷ তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল মৃদুলা আৰু পংকজো৷

মৃদুলাৰ সৈতে প্ৰথম আলাপৰ সময়ত পংকজ একাদশ শ্ৰেণীত পঢ়ি আছিল৷ মৃদুলা তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী৷ বিবাহৰ অনুষ্ঠানত প্ৰথম আলাপ হয় তেওঁলোকৰ৷ তাৰপাছতেই বন্ধুত্ব, তাৰপাছত প্ৰেম৷ দীৰ্ঘ ১২ বছৰে সম্পৰ্কত আছিল পংকজ আৰু মৃদুলা৷ স্কুল আৰু কলেজৰ পঢ়াশুনা শেষ কৰি স্কুলত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে মৃদুলাই৷ অন্যহাতে পংকজে বিচাৰিছিল অভিনয়ক লৈ কেৰিয়াৰ গঢ়িবলৈ৷ কেৰিয়াৰৰ ওপৰিও সংসাৰ একেলগে থিত লগাব পৰা নাছিল পংকজ আৰু মৃদুলাই৷ আত্মীয়ক বিয়া কৰোৱাৰ বাবে পৰিয়ালেও লগ এৰিছিল মৃদুলা পংকজৰ৷ পংকজে এবছৰ পুৰণি সাক্ষাৎকাৰত জনাইছে যে, তেওঁৰ সৈতে মৃদুলাৰ সম্পৰ্কৰ কথা জনাৰ পাছত প্ৰথমে আপত্তি জনাইছিল যদিও পাছলৈ দুয়োটা পৰিয়ালে সন্মতি দিয়ে৷

২০০৪ চনৰ জানুৱাৰী মাহত মৃদুলাৰ সৈতে সাত পাকত বান্ধ খাইছিল পংকজে৷ সেইবাৰেই মৃদুলাক লৈ মুম্বাইলৈ গুচি যায় পংকজ ত্ৰিপাঠি৷ মুম্বাইলৈ যোৱাৰ পাছত অভিনয়ক লৈ কেৰিয়াৰক লৈ দৌৰাদৌৰি বাঢ়িছিল পংকজৰ৷ পুৰণি সাক্ষাৎকাৰত পংকজে জনাইছে যে ২০০৪ চনৰ মুম্বাইলৈ যোৱাৰ পাছত ৮ বছৰ সময় বেকাৰ আছিল তেওঁ৷ ওমকাৰা, বাণ্টি ঔৰ বাবলি, অপহৰণ, অগ্নিপথ, চিল্লৰ পাৰ্টীৰ দৰে একাধিক হিন্দি ছবিত অভিনয় কৰিলেও সৰু সৰু চৰিত্ৰতহে অভিনয়ৰ সুযোগ পায় তেওঁ৷

২০১২ চনত মুক্তিপ্ৰাপ্ত ‘গেংগছ অফ ৱাছপুৰ ছবিত অভিনয় কৰি নিজৰ পৰিচয় তৈয়াৰ কৰে পংকজে৷ কিন্তু তেওঁৰ পূৰ্বে পত্নীৰ উপাৰ্জনেৰেই সংসাৰ চলিছিল৷ পংকজে এক পুৰণি সাক্ষাৎকাৰত কৈছিল, ‘মই ৮ বছৰ একোৱেই কৰিব নোৱাৰিছিলো৷ ইফালৰ পৰা সিফাললৈ কামৰ বাবে দৌৰিছিলো৷ কিন্তু মৃদুলাই কেতিয়াও মোক বাধা দিয়া নাছিল৷ মই নিজৰ সময় লৈ নিজৰ কেৰিয়াৰ গঢ়িছিল৷’

পংকজে জনাইছিল যে তেওঁৰ সংসাৰৰ খৰচ চলোৱাৰ বাবে সামৰ্থ্য নাছিল৷ মৃদুলাই স্কুলত পঢ়ুৱাই প্ৰতিমাহে যি উপাৰ্জন কৰিছিল সেই খিনিৰেই সংসাৰ চলাইছিল৷ পংকজৰ দাবী, মৃদুলাই ৮ বছৰ বিনা বাক্যবানেৰে পংকজৰ জীৱনক আগুৱাই দিছিল মৃদুলাই৷ মৃদুলাৰ প্ৰশংসা কৰি সেয়ে পংকজে সাক্ষাৎকাৰত কৈছিল, ‘মোৰ কাষত মৃদুলা আছিল বাবেই মই নিশা ষ্টেচনত সময় কটাব লগা নহ’ল৷’

 

 

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

October 24, 2026
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!
বিনোদন

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

October 24, 2026
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
Next Post
কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈ ললিতা সপ্তমীত দুৰ্দান্ত ধনলাভৰ যোগ, সন্ধিয়াৰ পূৰ্বেই ভাগ্য সলনি হ’ব ৫ৰাশিৰ জাতকৰ

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

মহাভাৰতৰ দুৰ্যোধনৰ নামত আজিও জমা দিয়া হয় কৰ, জানক দেশৰ একমাত্ৰ দুৰ্যোধন মন্দিৰৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.