• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানীৰ দৰত পাব ইণ্টাৰনেট! মুকেশ আম্বানীৰ ব্যৱসায়ত প্ৰভাৱ পেলাবলৈ সাজু নেকি এলন মাস্ক?

পানীৰ দৰত পাব ইণ্টাৰনেট! মুকেশ আম্বানীৰ ব্যৱসায়ত প্ৰভাৱ পেলাবলৈ সাজু নেকি এলন মাস্ক?

2 years ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

36 minutes ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

1 hour ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

2 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

3 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

4 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

5 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

5 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

7 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

7 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

7 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

8 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

পানীৰ দৰত পাব ইণ্টাৰনেট! মুকেশ আম্বানীৰ ব্যৱসায়ত প্ৰভাৱ পেলাবলৈ সাজু নেকি এলন মাস্ক?

পানীৰ দৰত পাব ইণ্টাৰনেট! মুকেশ আম্বানীৰ ব্যৱসায়ত প্ৰভাৱ পেলাবলৈ সাজু নেকি এলন মাস্ক?

editor by editor
November 13, 2024
in বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পানীৰ দৰত পাব ইণ্টাৰনেট! মুকেশ আম্বানীৰ ব্যৱসায়ত প্ৰভাৱ পেলাবলৈ সাজু নেকি এলন মাস্ক?
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সলনি হৈ যাব পাৰে ভাৰতৰ ইণ্টাৰনেটৰ ছবি৷ ৰিলায়েন্স জিঅ’ৰ দৰে একচেটীয়া ৰাজত্ব কৰিব পাৰে এলন মাস্কৰ সংস্থা ষ্টাৰলিংকে৷ অৰ্থাৎ এইবাৰ যুঁজ ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি বনাম বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ মাজত৷ শুনা গৈছে ভাৰতত প্ৰৱেশ কৰিছে এলন মাস্কৰ ষ্টাৰলিংকে৷ দেশত ষ্টাৰলিংকে ইণ্টাৰনেট পৰিসেৱা আৰম্ভ কৰিলে বিপদ আহিব পাৰে জিঅ’, এয়াৰটেল, ভোডাফোন, বিএছএনএললৈ৷

বিশ্বৰ সকলোতকৈ সস্তা ইণ্টাৰনেট ব্ৰডবেণ্ড পৰিসেৱা ভাৰততেই পোৱা যায়৷ এই মাৰ্কেট এইবাৰ দখল কৰি লোৱাৰ পৰিকল্পনা এলন মাস্কৰ৷ নিজস্ব ছেটেলাইটৰ মাধ্যমেৰে ইণ্টাৰনেট পৰিসেৱা দিব ষ্টাৰলিংকে৷ বৰ্তমান এলন মাস্কৰ সংস্থাই ভাৰতত ব্ৰডবেণ্ড পৰিসেৱা লাইচেঞ্চৰ বাবে অপেক্ষা কৰিছে৷

এই প্ৰসংগত টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে, ষ্টাৰলিংকৰ লাইছেঞ্চ প্ৰক্ৰিয়াৰ আবেদন ইতিমধ্যেই পাইছে৷ তেওঁলোকৰ নেটৱৰ্ক ১০০ শতাংশ সুৰক্ষিত হয়নে নহয় সেই পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰে৷ বৰ্তমান মাস্কৰ সংস্থাই ছিকিউৰিটি ক্লিয়াৰেন্সৰ অপেক্ষা কৰি আছে৷

উল্লেখ কৰা প্ৰয়োজন যে, ষ্টাৰলিংকে বিগত কেইবা বছৰ ধৰি ভাৰতৰ বজাৰত প্ৰৱেশৰ চেষ্টা কৰি আছে৷ বিগত মাহত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে ছেটেলাইট ব্ৰডবেণ্ডৰ বাবে নিলাম নহব৷ বৰং প্ৰশাসনৰ তৰফৰ পৰা এই স্প্ৰেকট্ৰাম দিয়া হ’ব৷ এই সুযোগৰেই যেন অপেক্ষা কৰিছিল এলন মাস্কে৷ অন্যহাতে ৰিলায়েন্সৰ মালিক মুকেশ আম্বানীয়ে বিচাৰিছিল স্প্ৰেকট্ৰামৰ নিলাম হওক৷

ভাৰতৰ ব্ৰডবেণ্ডৰ বজাৰত বৃহৎ অংশ ৰিলায়েন্স জিঅ’ৰ অধীনত৷ প্ৰায় ১.৪ কোটিৰো বেছি ছাবস্ক্ৰাইবাৰো আছে৷ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৫০০ মিলিয়ন বা ৫০কোটিৰো বেছি৷ প্ৰতিদ্বন্দ্বী হিচাপে আছে এয়াৰটেল, যাৰ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৩০০ মিলিয়ন বা ৩০কোটিৰ ওচৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়
জীৱনশৈলী

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

July 18, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!
বিনোদন

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

July 18, 2026
Next Post
কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.