• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

4 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

4 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

4 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

5 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

6 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

7 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

7 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

8 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

9 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

10 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

10 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
কিমান বছৰ বয়সলৈকে পুৰুষসকল পিতৃ হ’ব পাৰে? কি কয় চিকিৎসকে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকলৰ বয়স বেছি বাঢ়ি গ’লে সন্তান ধাৰণৰ ক্ষেত্ৰত নানান সমস্যা তৈয়াৰ হয়৷ বহু সময়ত শৰীৰত ডিম্বানু তৈয়াৰ হোৱা বন্ধ হৈ যায়৷ সেয়ে আজিকালি বহুতেই কম বয়সতেই ডিম্বানু সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে৷ বহুতৰেই আকৌ ধাৰণা মহিলাইহে বন্ধ্যাত্বৰ সমস্যাত ভূগে৷ কিন্তু বিষয়টো মুঠেও তেনেকুৱা নহয়৷ পুৰুষসকলৰো পিতৃ হোৱাৰ এক নিৰ্দিষ্ট বয়স থাকে৷

বয়স বেছি হ’লে পুৰুষেও পিতৃ হোৱাৰ ক্ষমতা হেৰুওৱাই৷ নানান জটিলতা তৈয়াৰ হয় সঙ্গমৰ ক্ষেত্ৰতো৷ মেচুৰিটাছ জাৰ্নেলত প্ৰকাশিত এক গৱেষণা অনুসৰি বয়স বঢ়াৰ লগে লগে পুৰুষসকলৰ পিতৃ হোৱাৰ ক্ষেত্ৰত নানান সমস্যা তৈয়াৰ হয়৷ শুক্ৰাণুৰ উৎপাদন কমি আহে আৰু পুৰুষসকলৰ শুক্ৰাণুৰ গুণগত মান কমি গৈ থাকে৷ মহিলাৰ ক্ষেত্ৰত মেনোপজ বা ৰজনিবৃত্তিৰ পাছত সন্তানঘাৰণৰ সম্ভাৱনা নাথাকে৷ পুৰুষৰ ক্ষেত্ৰত বিষয়টো তেনে নহয়৷

পুৰুষসকলৰ শৰীৰৰ শুক্ৰাণু তৈয়াৰ প্ৰক্ৰিয়া কেতিয়াও বন্ধ নহয়৷ বয়স বঢ়াৰ লগে লগে শুক্ৰাণুৰ জেনেটিক মিউটেছন হয়৷ জেনেটিক মিউটেছন হ’লে শুক্ৰাণুৰ ডিএনএ ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ ফলত পুৰুষৰ পিতৃ হোৱাৰ সম্ভাৱনাও বহু কমি যায়৷ জনা গৈছে যে ৪০ বছৰৰ পাছত পুৰুষৰ পিতৃ হোৱাৰ ক্ষমতা প্ৰায় কমি যায়৷ পিতৃ হ’লেও শুক্ৰাণুৰ গুণগত মান কমি যোৱাৰ প্ৰভাৱ সন্তানৰ স্বাস্থ্যৰ ওপৰত পৰে৷ সংগীগৰাকীয়ে গৰ্ভাৱস্থাত ডায়বেটিছ, প্ৰিক্লেম্পছিয়া বা প্ৰি মেচিউৰড বেবী জন্ম হ’ব পাৰে৷ জন্মৰ সময়ত শিশুৰ জন্মকালীন ওজন বা বাৰ্থৱেট স্বাভাৱিক শিশুতকৈ কম হ’ব পাৰে৷

পিতৃৰ বয়স হ’লে সদ্যোজাতৰ হাৰ্টৰ সমস্যা হ’ব পাৰে৷ বহুতৰেই মনত প্ৰশ্ন থাকে যে পিতৃ হোৱাৰ উপযুক্ত বয়স কিমান? গৱেষকৰমতে পুৰুষৰ শুক্ৰাণুৰ মান সকলোতকৈ বেছি উৎকৃষ্ট থাকে ২৫ৰ পৰা ৩০বছৰৰ ভিতৰত৷ এই সময়ৰ ভিতৰত পিতৃ হোৱাটো সকলোতকৈ ভাল সময়৷ শৰীৰৰ স্বাস্থ্য ভাল হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ ৩২-৩৩ৰ ভিতৰতো এই প্লেন কৰিব পাৰে৷ কিন্তু বহুতেই বেছি বয়সত পিতৃ হ’ব খোজে৷ তাৰ বাবে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সম্পৰ্কৰ উষ্ণতা উভতাই আনিবলৈ ঘৰতেই কৰক ডেটৰ পৰিকল্পনা! সংগীৰ মন জয় কৰিবলৈ কৰিব পাৰে এই ৫কাম

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.