• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

2 years ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

1 hour ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

2 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

3 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

3 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

4 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

4 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

5 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

6 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

7 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

8 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

8 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সূৰ্যৰ ঘৰলৈ আহিছে কেতু, গ্ৰহণ যোগত বিপদ বাঢ়িব এই ৪ৰাশিৰ জাতকৰ, কেৰিয়াৰত বাঢ়িব সমস্যা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি কেতু হৈছে ছায়া গ্ৰহ৷ এই গ্ৰহই এক ৰাশিৰ পৰা অন্য ৰাশিত যাবলৈ প্ৰায় ১৮মাহ সময় লাগে৷ ৰাহুৰ দৰে কেতুৱেও সকলো সময়ত বক্ৰী চলনত থাকে৷ বিগত ১০ নৱেম্বৰৰ নিশা ১১ বাজি ৩২ মিনিটত কেতুৱে সূৰ্যৰ নক্ষত্ৰ উত্তৰ ফাল্গুনীত গোচৰ কৰিছে৷ সূৰ্য আৰু কেতু হৈছে পৰস্পৰৰ শত্ৰু গ্ৰহ৷ সেয়ে সূৰ্যৰ ঘৰত কেতুৰ প্ৰৱেশৰ কাৰণে গঠিত হৈছে অশুভ গ্ৰহণ যোগ৷ এই কাৰণতে ব্যক্তিগত জীৱন আৰু কেৰিয়াৰত বেয়া প্ৰভাৱ পৰিব কোন কোন ৰাশিৰ ওপৰত৷ জানি থওক কেতুৰ গোচৰত বেয়া সময় কাৰ কাৰ চলিব?

মেষ ৰাশি

কেতুৰ গোচৰৰ প্ৰভাৱত শৰীৰ বেয়া হ’ব মেষ ৰাশিৰ জাতকৰ৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে এই সময়ত নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ নিজৰ লাইফষ্টাইলত ডিছিপ্লিন বৰ্তাই ৰাখক৷ জীৱনসংগীৰ সৈতে সম্পৰ্কত অৱনতি ঘটিব৷ গ্ৰহণ যোগৰ অশুভ প্ৰভাৱত প্ৰিয় মানুহৰ সৈতে দূৰত্ব বাঢ়িব৷ যিসকলে আপোনাক ভালপায় তেওঁলোকৰ ওপৰতো ক্ষুদ্ধ হ’ব৷ অফিচত সহকৰ্মীৰ সৈতে কথাৰ কটাকটি হ’ব পাৰে৷

মিথুন ৰাশি

উত্তৰ ফাল্গুনী নক্ষত্ৰ কেতুৰ গোচৰৰ ফলত কঠিন সময় আহিছে মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস কমিব৷ নিজৰ ব্যৱসায়ত আগুৱাই যাবলৈ আপোনাৰ হাতলৈ সুযোগ আহিব৷ এই সময়ত খৰচ বাঢ়িব পাৰে৷ আৰ্থিক পৰিস্থিতি দুৰ্বল হ’ব৷ পৰিয়ালত অশান্তিৰ পৰিবেশে দেখা দিব৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক বেয়া হ’ব৷

কৰ্কট ৰাশি

কেতুৰ গোচৰত বেয়া সময় আহিছে কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ উপাৰ্জন পূৰ্বতকৈ কমিব৷ উপাৰ্জনৰ কিছু পথো আপোনাৰ সন্মুখত বন্ধ হৈ যাব৷ বিনিয়োগৰ পৰাও আপুনি লাভ কৰিব পাৰে৷ এই সময়ত বিনিয়োগ নকৰিব৷ এই সময়ত আপোনাৰ সন্মানহানি হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত বেয়া ফল পাব৷

মীন ৰাশি

কেতুৰ নক্ষত্ৰ পৰিবৰ্তনৰ কাৰণে স্বাস্থ্য বেয়া হ’ব মীন ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ পেটৰ অসুখ হ’ব পাৰে৷ প্ৰেম জীৱনত নানান সমস্যা হ’ব পাৰে৷ সংগীৰ সৈতে নানান কাৰণত মতানৈক্যই দেখা দিব৷ আৰ্থিক ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ীসকলে সতৰ্ক হৈ কাম কৰক৷ এই সময়ত আপুনি কাংক্ষিত লাভ কৰিব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

July 15, 2026
শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

July 15, 2026
Next Post
নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

নিশা বিদ্যুৎ আৰু ইণ্টাৰনেট কৰ্তন কৰিও ফল পোৱা নাই! সন্তান জন্মৰ হাৰ বঢ়াবলৈ নতুন মন্ত্ৰণালয় খুলি কি কৈছে ৰুছ চৰকাৰে?

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.