• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

1 year ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

15 minutes ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

41 minutes ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

10 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

11 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

11 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

12 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

13 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

13 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

13 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

14 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

14 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি

editor by editor
November 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
হাৰিয়ানাত এটা মহৰ দাম উঠিছে ২৩ কোটি, কাৰণ জানিলে অবাক হ’ব আপুনি
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা মহৰ ওজন কিমান হ’ব পাৰে? ১০০ কিঃগ্ৰাঃ, ২০০ কিঃগ্ৰাঃ, তাতোকৈ বেছি হ’লে ৫০০ কিঃগ্ৰাঃ৷ কিন্তু সকলো ধাৰণাক ভুল প্ৰমাণিত কৰি হাৰিয়ানাৰ পুষ্কৰ মেলালৈ আহিছে ১৫০০ কিঃগ্রাঃৰ এটা মহ৷ সেই মহটো এতিয়া সকলোৰে নজৰত৷ মহটোক গৰাকীয়ে দিয়া নাম আনমোল৷ এই মহটোৰ দামেই পুষ্কৰ মেলাত সকলোৰে দৃষ্টি কাঢ়িছে৷ এই মহটোৰ দাম গৰাকীক ২৩ কোটি টকালৈকে অফাৰ কৰা হৈছে৷ কিন্তু কিয় ইমান দৰ উঠিছে এই মহৰ?

আনমোলৰ চেহেৰাৰ বাবেই তাৰ এই দৰ উঠা নাই৷ আনমোলৰ বংশবিস্তাৰৰ ক্ষমতা অসাধাৰণ বাবেই তাৰ দৰ বাঢ়িছে৷ ৩০০ৰ পৰা ৯০০ টা পশুৰ প্ৰজননত এতিয়ালৈকে সহায় কৰিছে আনমোলে৷ এই লাভজনক ব্যৱসায় কৰি প্ৰতিমাহে ৪ৰ পৰা ৫লাখ টকা আয় কৰিছে আনমোলৰ মালিকেও৷ আনমোলৰ দৈনিক খৰচো যথেষ্ট৷ লাইফষ্টাইলো যথেষ্ট ব্যয়বহুল৷ দৈনিক আনমোলৰ নামত গৰাকীয়ে খৰচ কৰে প্ৰায় ১৫০০ টকা৷

আনমোলৰ খাদ্য তালিকাত দৈনিক থাকে শুকান ফল, ডালিম, কল, গাখীৰ, কণী আৰু অন্যন্য কিছু পশুখাদ্য৷ ইয়াৰোপৰি আনমোলে দৈনিক খাই কেক, সেউজীয়া ঘাঁহ আৰু দেশী ঘিঁ৷ মুঠতে পুষ্টিকৰ ডায়েট প্লেনত চলে আনমোল৷ ইয়াৰোপৰি আনমোলক দৈনিক দুবাৰকৈ বিশেষ বাদাম আৰু সৰিয়হ তেল মিহলাই গা ধুওৱা হয়৷ আনমোলক বিক্ৰি কৰাৰ বাবে ২৩ কোটি গৰাকীক অফাৰ কৰা হৈছে যদিও মালিকে এতিয়াও বিক্ৰি কৰিবলৈ ৰাজী নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

May 8, 2026
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?
জীৱনশৈলী

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

May 8, 2026
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
Next Post
শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

শনিৰ ঘৰ সলনি, ৩ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

গৰু পুঁহিলেহে ক্ৰেডিট কাৰ্ড পাব, এই ৰাজ্যত আৰম্ভ হ’ল আজৱ নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.