অসম লাইভ২৪ঃ
ডিএনএ পৰীক্ষাৰ অন্তত ওদালগুৰী এনকাউণ্টাৰত নিহতৰ মৃতদেহৰ পৰিচয় নিশ্চিত
ওদালগুৰী এনকাউণ্টাৰত ভুল আছিল আৰক্ষীৰ বুলি প্ৰকাশ
এনকাউণ্টাৰত নিহত লোকজন ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত
২৮ ফেব্ৰুৱাৰীত DNA টেষ্টৰ বাবে GMCHলৈ অনা হৈছিল মৃতদেহ
আৰক্ষীয়ে মৃতদেহটো কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ
অৱশেষত শনিবাৰে GMCHত চিনাক্ত কৰা হৈছে মৃতদেহ
ফ’ৰেন্সিক পৰীক্ষাৰ বাবে কেইবাদিন পূৰ্বেই লোৱা হৈছিল DNA চেম্প’ল
ফ’ৰেন্সিক পৰীক্ষাৰ অন্তত পৰিয়ালক লোকক গতাই দিব ডিম্বেশ্বৰ মুছাহাৰীৰ মৃতদেহ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















