• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৪ৰ বিদায় বেলা, কাৰ কাৰ মহাপ্ৰয়ানে ক্ষতি কৰিলে দেশৰ

২০২৪ৰ বিদায় বেলা, কাৰ কাৰ মহাপ্ৰয়ানে ক্ষতি কৰিলে দেশৰ

2 years ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

30 minutes ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

13 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

13 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

14 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

14 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

16 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

16 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

17 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

18 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

19 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

20 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২৪ৰ বিদায় বেলা, কাৰ কাৰ মহাপ্ৰয়ানে ক্ষতি কৰিলে দেশৰ

editor by editor
December 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২০২৪ৰ বিদায় বেলা, কাৰ কাৰ মহাপ্ৰয়ানে ক্ষতি কৰিলে দেশৰ
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ৰ বিদায় বেলা, কাৰ কাৰ মহাপ্ৰয়ানে ক্ষতি কৰিলে দেশৰ

২০২৪ চনৰ বিদায় বেলা সমাগত। মাজত আৰু মাথো কেইটামান দিন বাকি। তাৰ পাছতে আৰম্ভ হ’ব নতুন বছৰ ২০২৫ । পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে সকলোফালে। পাছে এই ২০২৪ চনতেই দেশে হেৰুৱালে বহু উজ্জল তাৰকা। তাৰেই মাজৰ কেইটামান এনে উজ্জল তাৰকা, যাৰ ক্ষতি হয়তো কোনোদিনে পূৰ কৰিব পৰা নাযাব।

বছৰৰ আৰম্ভণিতে দেশে হেৰুৱাই ওস্তাদ ৰাশ্বিদ খানক, বছৰৰ শেষৰফালে হেৰুৱাই দ্বিগ্বজ অভিনেত্ৰী উমা দাসগুপ্তা। লগতে দেশে হেৰুৱাই অমূল্য ৰত্ন ৰতন টাটা।

ওস্তাদ ৰাশ্বিদ খান-
৯ জানুৱাৰী তাৰিখ মঙলবাৰে বছৰৰ প্ৰথমটো ক্ষতি হিচাপে দেশে হেৰুৱাই বিশিষ্ট সংগীতকাৰ ওস্তাদ ৰাশ্বিদ খানক। পদ্ম বিভূষণ, পদ্মশ্ৰী, সংগীত নাটক একাডেমী, বংগ বৈভৱ আদি সন্মানেৰে সন্মানিত এইগৰাকী বিশিষ্ট সংগীতকাৰ বহুদিনৰে পৰা কৰ্কট ৰোগৰ সৈতে যুঁজ দি অৱশেষত কেৱল মাথো ৫৫ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে।

ৰতন টাটা-
দেশৰ লগতে সমগ্ৰ বিশ্বৰে অন্যতম ক্ষতি ৰতন টাটা। ব্যৱসায়ৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ দৰবাৰত উপস্থাপন কৰোৱা ৰতন টাটাই তেখেতৰ কৰ্ম জীৱনৰ সফলতাৰ বাবে পদ্ম বিভূষণ, পদ্ম ভূষণ, মহাৰাষ্ট্ৰ ভূষণ, অসম বৈভৱ আদি পোৱাৰ লগতে অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া সন্মানৰেও সন্মানিত। বাৰ্ধক্যজনিত কাৰণত ৮৬ বছৰ বয়সত ৯ অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হয়।

উমা দাসগুপ্তা-
১৯৫৫ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ বিশ্ব বিখ্যাত ছবি পথেৰ পাঁচালীৰ বিষয়ে সকলোৱে জানে। যি ভাৰতীয় চিনেমাৰ মূল ভেটি স্বৰূপ। সেই চিনেমাখনৰেই দুই মূখ্য চৰিত্ৰ অপু আৰু দূৰ্গা। সেই দূৰ্গাৰ চৰিত্ৰ ৰূপায়ন কৰা উমা দাসগুপ্তাৰ মৃত্যু। ৮৪ বছৰ বয়সত কলিকতাৰ নিজা বাসভৱনত ইহ সংসাৰ ত্যাগ কৰে দ্বিগ্বজ অভিনেত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2025end of 2024New year
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি সোমবাৰৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল 

দৈনিক ৰাশিফল- কেনে যাব আজি সোমবাৰৰ দিনটো পঢ়ক ১২ ৰাশিৰ ৰাশিফল 

সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.