• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

8 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

8 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

9 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

9 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

10 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

11 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

11 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

11 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

12 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

13 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

13 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

editor by editor
December 9, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পূৰ্ণ সুৰক্ষিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি, বিমানৰ কোনো দুৰ্ঘটনা হোৱা নাই, বৰ্তমানে এইখন দেশে দিছে শৰণ

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি ছিৰিয়াৰ পদচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ আৰু তেওঁৰ পৰিয়াল বৰ্তমানে সম্পূৰ্ণ সুৰক্ষিত। পলায়নৰ সময়ত হোৱা বিমান দুৰ্ঘটনা তেওঁলোকৰ নহয়। এক উৰাবাতৰি বিয়পি পৰিছিল সকলোফালে।

বৰ্তমানে মস্কোই শৰণ দিছে ছিৰিয়াৰ ৰাষ্ট্ৰপতিক। মস্কোতে আশ্ৰয় লৈ আছে বাছাৰ আল আছাদ আৰু তেওঁৰ পৰিয়াল। ইছলামিক নেতৃত্বাধীন বিদ্ৰোহীয়ে ছিৰিয়া নিয়ন্ত্ৰণ কৰাৰ কেইঘণ্টামান পিছতে এই তথ্য সদৰি হৈছে।

জানিব পৰা মতে, “আছাদ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল মস্কোত উপস্থিত হৈছে।” প্ৰতিবেদনত কোৱা হৈছে যে “ৰাছিয়াই মানৱীয় ভিত্তিত আশ্ৰয় প্ৰদান কৰিছে।” ৮ ডিচেম্বৰ দেওবাৰৰ দিনা বেছিভাগ সময় বিমান ট্ৰেকাৰসকলে আছাদৰ বিমানৰ ৰহস্যজনক অৱস্থানৰ বিষয়ে জল্পনা-কল্পনা কৰি আছিল, হঠাতে নোহোৱা হোৱা বিমানৰ বাবে দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছিল।

প্ৰকাশিত তথ্য অনুসৰি ৰাজধানীখন বিদ্ৰোহীয়ে দখল কৰাৰ প্ৰায় একে সময়তে ডামাস্কাছ বিমানবন্দৰৰ পৰা ছিৰিয়ান এয়াৰৰ এখন বিমানে উৰা মাৰিছিল।

বিমানখনে প্ৰথমে আছাদৰ আলাৱী পন্থাৰ দুৰ্গ ছিৰিয়াৰ উপকূলীয় অঞ্চলৰ ফালে উৰি গৈছিল যদিও তাৰ পিছত হঠাতে ইউ টাৰ্ণ কৰি বিপৰীত দিশত কেইমিনিটমান উৰি যোৱাৰ পিছত মানচিত্ৰৰ পৰা নোহোৱা হৈ যায়। যাৰ বাবেই জল্পনা কল্পনা অধিক হৈ যায়। পাছে বৰ্তমানে সদৰি হোৱা তথ্য অনুসৰি সম্পূৰ্ণ সুৰক্ষিত আছাদ আৰু পৰিয়াল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mosco ]presidentSiriyaSiriya President
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.