• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

2 years ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

9 minutes ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

2 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

3 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

3 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

4 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

11 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

12 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

12 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

12 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

13 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

editor by editor
December 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশত এইবাৰ সমুখ সমৰত হাছিনা-ইউনুছ, আক্ৰমণাত্মক ৰূপ

বাংলাদেশৰ ৰাজনীতিত এইবাৰ সমুখ সমৰত শ্বেখ হাছিনা আৰু মহম্মদ উইনুছ। দুয়োৰে মাজত একপ্ৰকাৰৰ যুদ্ধ ঘোষণা। দুয়োগৰাকী নেতাই ইজনে সিজনৰ বিৰুদ্ধে আক্ৰমনাণাত্মক হৈ উঠিছে। যাৰ বাবে এতিয়া দেশখনত ভৱিষ্যতে কিবা এটা ডাঙৰ ঘটন হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰা হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মুকলিকৈ বিৰোধত নামিছে নতুন চৰকাৰৰ। বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰক তীব্ৰ লক্ষ্য কৰি তেওঁ কয় যে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ইউনুছ এজন হত্যাকাৰী। আৱামি লীগৰ কাৰ্যসূচীত ভাৰ্চুৱেলি ভাষণ দি তেওঁ কয় যে আমি একত্ৰিত হৈ আমাৰ দেশক বচাব লাগিব।

বৰ্তমান দিল্লীত বাহৰ পাতি আছে শ্বেখ হাছিনাই। আগষ্ট মাহত দেশ এৰি যোৱাৰ পিছৰে পৰা দিল্লীত বসবাস কৰি আহিছে হাছিনাই। ইফালে বাংলাদেশৰ নতুন মুৰব্বী ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰত হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে হিংসা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।

ভাৰ্চুৱেল ভাষণত শ্বেখ হাছিনাই কয়, ‘এই অন্ধকাৰ নাইকিয়া হ’ব, এই ফেচিষ্ট, হত্যাকাৰী, ষড়যন্ত্ৰমূলক ইউনুছ চৰকাৰে বাংলাদেশৰ জনসাধাৰণৰ পৰা শিক্ষা পাব। আমাৰ দেশ ধ্বংস কৰি আছে, তাত আতংকৰ সৃষ্টি কৰিছে। অনুগ্ৰহ কৰি সকলোৱে একত্ৰিত হৈ এই ফেচিবাদী চৰকাৰখন আঁতৰাই পেলাওক যাতে বাংলাদেশৰ ভাল ভৱিষ্যত থাকিব পাৰে।

হাচিনাই আৰু কয়, ‘তেওঁলোকে ভুৱা গোচৰ পঞ্জীয়ন কৰি মানুহক হত্যা কৰাসকলক মুকলি কৰি দিছে। কিয় সাংসদ আৰু সংসদ ভৱনৰ কোঠা লুণ্ঠন কৰিছে? দেশ লুণ্ঠন কৰিছে। অৰ্থনৈতিক ব্যৱস্থা কিয় ধ্বংস কৰিছে? কিয় এনে কৰিছে, হত্যাকাৰী ইউনুছ আৰু তেওঁৰ উপদেষ্টাসকলে উত্তৰ দিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshMohhmamad YunusShekh Hassina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

October 28, 2026
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল
অসম

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

October 28, 2026
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?
অসম

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

October 28, 2026
Next Post
কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.