• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

2 years ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

23 minutes ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

1 hour ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

2 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

3 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

4 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

5 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

6 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

6 hours ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

সফলতাত বাধা আৰু অৰ্থ ক্ষয়? তেন্তে আজিয়েই এইদৰে কৰক হনুমানৰ পূজা!

6 hours ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

আজি ৩ ৰাশিয়ে পাব নতুন সুযোগ, কিন্তু কাৰ কাৰ জীৱনত আহিব দুৰ্যোগ!

7 hours ago
দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

দুৰ্ঘটনাত পতিত এ আৰ ৰহমানৰ পুত্ৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

editor by editor
December 9, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

ৰাজধানী দিল্লীত পুনৰ বোমাতংক। এখন দুখন নহয়, মুঠ ৪০খনকৈ বিদ্যালয়ে লাভ কৰিলে ভাবুকি। য’ত দিল্লীৰ আগশাৰীৰ ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুলেও লাভ কৰিছে বোমাৰ ভাবুকি। মেইল যোগে লাভ কৰে এই বোমাতংকৰ ভাবুকি।

যাৰ পিছতে বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়াই। বন্ধ হৈ পৰে বহু বিদ্যালয়। বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তদন্ত আৰম্ভ

দিল্লী আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে দিল্লীৰ বহু বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। য’ত ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুল, মাদাৰ মেৰী স্কুল, ব্ৰিটিছ স্কুল, ছালৱান পাব্লিক স্কুল, কেম্ব্ৰিজ স্কুলকে ধৰি বহু বিদ্যালয় অন্তৰ্ভুক্ত হৈছে।

আজি ৯ ডিচেম্বৰ তাৰিখে ই-মেইলৰ জৰিয়তে ৪০ খনতকৈও অধিক বিদ্যালয়ে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে। মেইলত লিখা আছে যে- ‘মই অট্টালিকাবোৰৰ ভিতৰত বহুতো বোমা স্থাপন কৰিছো। বোমাবোৰ সৰু আৰু বহুত ভালকৈ লুকুৱাই থোৱা আছে। ইয়াৰ ফলত অট্টালিকাটোৰ বিশেষ ক্ষতি নহ’ব যদিও বোমা বিস্ফোৰণৰ ফলত বহু লোক আহত হ’ব। যদি মই ৩০ হাজাৰ ডলাৰ নাপাওঁ তেন্তে মই বোমা বিস্ফোৰণ কৰিম’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bomb ThreatdelhiDelhi SchoolIndian Capital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ
বিশ্ব

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

August 11, 2026
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে
প্ৰযুক্তি

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

August 11, 2026
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!
ভাৰত

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

August 11, 2026
Next Post
জানুৱাৰীৰ প্ৰথম সপ্তাহতে চহকী হ’ব ৩টা ৰাশি ! বুধ গ্ৰহৰ ডাবল ট্ৰেনজিটে আনিব শুভ সংবাদ

জানুৱাৰীৰ প্ৰথম সপ্তাহতে চহকী হ’ব ৩টা ৰাশি ! বুধ গ্ৰহৰ ডাবল ট্ৰেনজিটে আনিব শুভ সংবাদ

সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.