• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

2 years ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

14 minutes ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

54 minutes ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

1 hour ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

2 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

2 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

3 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

4 hours ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

5 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

6 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

7 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

editor by editor
December 9, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পুষ্পা ২ ৰ আজি পঞ্চম দিনত ভৰি, ১০০০ কোটিৰ ঘৰলৈ অগ্ৰসৰ

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডান্না অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুল’ই বিশ্বব্যাপী বক্স অফিচত অভিলেখ ভংগ কৰি আছে উপাৰ্জনৰ দিশত। এই ছবিখনে ইতিমধ্যে বিশ্বজুৰি বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে ভাৰতীয় চিনেমাৰ বাবে নতুন মাপকাঠী নিৰ্ধাৰণ কৰি সমগ্ৰ বিশ্বতে বিপুল লাভ অৰ্জন কৰিছে।

‘পুষ্পা ২: দ্য ৰুল’ বছৰৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম আছিল। এই ছবিখনৰ উন্মাদনা ইমানেই যে প্ৰথম দিনটোতেই ৰেকৰ্ড এডভান্স বুকিং কৰা হৈছিল। এই একচন থ্ৰিলাৰখন মুক্তিৰ প্ৰথম দিনাৰ পৰাই কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে।

ছবিখনে দৰ্শকৰ পৰা ইমানেই বিপুল সঁহাৰি লাভ কৰিছে যে আনকি নিৰ্মাতাসকলো আচৰিত হৈ পৰিছে। ইতিমধ্যে ছবিখনে বাজেটত কৈ বহু লাভ অৰ্জনত ব্যস্ত। বিশ্বজুৰি এই ছবিখনে মুক্তিৰ চাৰিদিনতো ৮০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচনা কৰিছে।

ট্ৰেড ৰিপৰ্ট অনুসৰি এই ছিকুৱেল ছবিখনে ছবিগৃহত এসপ্তাহ সম্পূৰ্ণ কৰাৰ পূৰ্বে সহজেই ১০০০ কোটি টকা উপাৰ্জন কৰিব পাৰিব। ট্ৰেড বিশ্লেষক ৰমেশ বালাই নিজৰ এক্স পেজত কয় যে পুষ্পা ২য়ে প্ৰথম উইকেণ্ডত বিশ্বব্যাপী বক্স অফিচত ৮০০ কোটি টকাৰ উপাৰ্জন অতিক্ৰম কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allu ArjunBollywoodIndian MoviePushpa 2
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত
বিনোদন

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

August 31, 2026
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক
জীৱনশৈলী

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

August 31, 2026
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?
বাণিজ্য

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

August 31, 2026
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ
অসম

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

August 31, 2026
Next Post
বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

বনভোজলৈ যোৱাৰ প্ৰস্তুতি নেকি! পূৰ্বে জানি লওক প্ৰশাসনৰ এই নিৰ্দেশনা

অতিকে শোকাৱহ, এটা মাত্ৰ ভুলৰ বাবেই একেলগে প্ৰাণ হেৰুৱালে ৭ জনে

অতিকে শোকাৱহ, এটা মাত্ৰ ভুলৰ বাবেই একেলগে প্ৰাণ হেৰুৱালে ৭ জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.