• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

2 years ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

38 minutes ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

13 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

14 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

14 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

15 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

16 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

16 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

17 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

18 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

18 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

19 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

editor by editor
December 9, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ
0
SHARES
328
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেংগাৰু বাহিনীৰ মূৰৰ কামোৰণি কৰিবলৈ সাজু মহম্মদ শ্বামী, অপেক্ষা কেৱল এখন পত্ৰৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইড টেষ্টত ভাৰতৰ পৰাজয়ে সকলো অনুৰাগীকে হতাশ কৰি তোলে। মাত্ৰ ৩ দিনতে টিম ইণ্ডিয়াই পিংক বল টেষ্টত আত্মসমৰ্পণ কৰে। সেই পৰাজয়ৰ পাছতে এতিয়া আহিছে আন এক সুখবৰ। সকলো ঠিকে থাকিলে অষ্ট্ৰেলিয়াৰ মাটিত কেংগাৰু বাহিনীক বধিবলৈ সাজু মহম্মদ শ্বামী।

অভিজ্ঞ বেগী বলাৰ মহম্মদ শ্বামীৰ উভতি অহাৰ ইংগিত প্ৰকাশ। অতি সোনকালে অষ্ট্ৰেলিয়ালৈ বিমানেৰে যাত্ৰা কৰিবলৈ সাজু হৈছে শ্বামী। এতিয়া কেৱল অপেক্ষা ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ এখন পত্ৰৰ। সেই পত্ৰলৈ অপেক্ষা কৰি বিচিচিআইয়ে স্বামীৰ ভিছাও প্ৰস্তুত কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। এই প্ৰতিবেদনৰ পিছতহে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী তিনিখন টেষ্ট মেচৰ বাবে বেগী বলাৰ মহম্মদ শ্বামীক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰিব পাৰিব।

উল্লেখ্য যে, ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছতে আঘাতৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছিল শ্বামী। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছত ছামীয়ে বংগৰ হৈ ৰঞ্জি ট্ৰফী আৰু চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম এ টি)ত কামবেক কৰে।

এতিয়া প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শ্বামী অষ্ট্ৰেলিয়ালৈ যোৱাৰ বাবে বিচিচিআইয়ে সকলো প্ৰস্তুতি চলাইছে। তেওঁৰ ভিছাও প্ৰস্তুত কৰা হৈছে আৰু তেওঁক ফিট ঘোষণা কৰাৰ লগে লগে তেওঁক অতি সোনকালে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হ’ব।

বিচিচিআইৰ এজন বিষয়াই এই সন্দৰ্ভত কয়, ‘বিচিচিআইৰ বাছনি সমিতিখনে শ্বামীৰ ফিটনেছ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰি আছে। ফিটনেছ টেষ্ট দিবলৈ বেংগালুৰুলৈ গৈছিল। ৰঞ্জি ট্ৰফী আৰু চৈয়দ মুস্তাক আলী টি-২০তো খেলি ভাল প্ৰদৰ্শন আগবঢ়ায় স্বামীয়ে। আমি কেৱল এনচিএৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছো।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndia Vs AustraliaIndian CricketerMohamamd Shami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
Next Post
পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

পুনৰ বোমাতংক, ৪০ খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি, ৰাজধানীত হাহাকাৰ

জানুৱাৰীৰ প্ৰথম সপ্তাহতে চহকী হ’ব ৩টা ৰাশি ! বুধ গ্ৰহৰ ডাবল ট্ৰেনজিটে আনিব শুভ সংবাদ

জানুৱাৰীৰ প্ৰথম সপ্তাহতে চহকী হ’ব ৩টা ৰাশি ! বুধ গ্ৰহৰ ডাবল ট্ৰেনজিটে আনিব শুভ সংবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.