বিজেপি চৰকাৰৰ আন এক চমৎকাৰী সিদ্ধান্ত। ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীয়ে পঢ়িব লাগিব ৰামায়ণ-মহাভাৰত। মধ্যপ্ৰদেশ চৰকাৰৰ সিদ্ধান্তক দেশজুৰি প্ৰতিক্ৰিয়া। শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক উভতি ধৰিছে বিৰোধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ