ৰাজ্যত অব্যাহত গৰাখহনীয়া কালৰূপ। গৰাখহনীয়াৰ তীব্ৰ ৰূপ ওদালগুৰি, নাৰায়ণপুৰত। গৰাখহনীয়াৰ কবলত বিদ্যালয়। আতংকিত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক।