• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

2 years ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

30 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

46 minutes ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

2 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

3 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

4 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

5 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

editor by editor
December 26, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

ৰাজস্থানৰ এক ঘটনাই এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। এটি ৩ বছৰীয়া কন্যা শিশুৰ দুৰৱস্থাই বিভিন্ন জনৰ চকুলৈ আনিছে চকুলো। ৭০০ ফুট এটা গভীৰ গাঁতত বিগত ৪ দিন ধৰি আৱদ্ধ হৈ আছে চেতনা নামৰ এটি শিশু।

ৰাজ্যখনৰ কোটপুতলীৰ কিৰাটপুৰা অঞ্চলৰ বদিয়ালী ধনীত দুপৰীয়া প্ৰায় ১:৫০ বজাত তিনি বছৰীয়া কন্যা চেতনা ব’ৰৱেলত পৰি যায়। প্ৰায় ১০ মিনিটৰ পিছত পৰিয়ালে ছোৱালীজনীৰ কান্দোন জানিব পাৰে যে শিশুটি ব’ৰৱেলত পৰি গৈছে। লগে লগে পৰিয়ালৰ লোকে প্ৰশাসনক খবৰ দিয়ে।

খবৰ লাভৰ পাছতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ সৈতে প্ৰশাসনৰ দল উপস্থিত হয়। চিকিৎসকৰ দলো স্থানত উপস্থিত হয়। পাইপৰ জৰিয়তে শিশুটিক অক্সিজেন যোগান ধৰা হয়। সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। নিশা ৩ বজালৈকে শিশুটিক উদ্ধাৰৰ চেষ্টা কৰিয়ো সফল নহয়।

তেনেদৰে ৩ দিন ধৰি বহু চেষ্টা কৰিয়ো আজি পৰ্যন্ত সফল হব পৰা নাই উদ্ধাৰকাৰী দল। প্ৰতিবাৰেই কেৱল বিফলতা। যাৰ বাবে এতিয়া ৰেট-মাইনাৰ্ছৰ ওপৰত শেষ ভৰষা । ৰেট মাইনাৰ্চ উদ্ধাৰকাৰী দলে পূৰ্বেও এনে বহু দুঃসাহসিক কাম সমাপন কৰিছে। সেয়ে সকলোৱে এতিয়া শেষ ভৰষা ৰাখিছে ৰেট মাইনাৰ্ছ দলটোৰ ওপৰত।

আনহাতে শিশুটি বৰৱেলত পৰাৰ পাছৰে পৰা শোকতে মাতৃয়েও খাদ্য-পানী ত্যাগ কৰিছে। বৰ্তমানে অৱস্থা বেয়া হৈ পৰাত চিকিৎসাৰ ব্যৱস্থা কৰিব লগা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kotputli caserajasthanRajasthan Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি
জীৱনশৈলী

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

September 16, 2026
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
Next Post
স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ'ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

৩০ বছৰৰ পাছত মীন ৰাশিত শনি-ৰাহুৰ সংযোগ, ২০২৫ জয়জয় ময়ময় ৩ ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত শনি-ৰাহুৰ সংযোগ, ২০২৫ জয়জয় ময়ময় ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.