• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

2 years ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

14 minutes ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

44 minutes ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

2 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

2 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

3 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

4 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

4 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

5 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

6 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

7 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

7 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

editor by editor
December 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামী-স্ত্ৰীৰ মাজত কিমান বছৰৰ ব্যৱধান হ’ব লাগে, সফল সংসাৰৰ নীতি হিচাপে কি কয় চানক্যই !

আচাৰ্য চানক্য নীতি শাস্ত্ৰৰ কথা সকলোৱে জানে। সংসাৰৰ কথা, জীৱনত সফল হোৱাৰ কথা বহু ক্ষেত্ৰতেই বিভিন্ন নীতি দি থৈ গৈছে চানক্যই। সুখৰ আৰু সফল সংসাৰৰ কথাও কৈ গৈছে তেখেতে। স্বামী-স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান কিমান হব লাগে, কিমান হলে এখন সংসাৰ সুখৰ হয় সেই সন্দৰ্ভত কি কৈছে চানক্যই !

তেখেতে কোৱা অনুসৰি স্বামী-স্ত্ৰীৰ সম্বন্ধ শাৰীৰিক আৰু মানসিক ভাৱে ওতঃপ্ৰোতঃ ভাৱে জড়িত। লগতে এই দুয়ো ক্ষেত্ৰত সুখ হোৱাটো প্ৰয়োজনো।

আচাৰ্য চানক্যই কয় যে, যদিহে স্বামী-স্ত্ৰীৰ মাজৰ বয়সৰ ব্যৱধান অধিক হয়, তেন্তে সংসাৰলৈ বেমেজালি আহে, সমস্যা আহে।

সেয়ে ভুলতো কেতিয়াও বয়সৰ ব্যৱধান অধিক হব নালাগে। বিশেষকৈ স্বামীৰ বয়সৰ তুলনাত পত্নীৰ বয়সৰ ব্যৱধান অধিক হব নালাগে। আচাৰ্যৰ মতে এনে সম্পৰ্ক অধিক সময় নিটিকে। সম্পৰ্কৰ মাজত সমস্যাই বাস কৰে। শেষত সম্পৰ্ক ভাঙি পৰাৰ সম্ভাৱনাই দেখা দিয়ে।

বয়সৰ ব্যৱধান অধিক হলে মানসিক সমস্যাৰো সৃষ্টি হয় এটা সম্পৰ্কৰ মাজত। বেলেগ বেলেগ মানসিকতাই বিৰাজ কৰে সংসাৰত। যাৰ ফলত শেষত একেবাৰে দুৰ্বল হৈ পৰে সম্পৰ্ক।

সেয়ে চানক্যৰ নীতি অনুসৰি- স্বামী-স্ত্ৰীৰ মাজত বয়সৰ ব্যৱধান ৩ৰ পৰা ৫ বছৰৰ ভিতৰত হব লাগে। তেতিয়া দুয়োৰে মাজত মিলাপ্ৰীতি বাঢ়ে। বুজাবুজি অধিক থাকে।

মানসিক অসান্তি নাহে সংসাৰলৈ। দুয়ো দুয়োকে ভালদৰে বুজি পায়। যাৰ ফলত সম্পৰ্ক সদায়ে শক্তিশালী হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Age GapeChanakyachanakya nitiHappy Family
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
Next Post
৩০ বছৰৰ পাছত মীন ৰাশিত শনি-ৰাহুৰ সংযোগ, ২০২৫ জয়জয় ময়ময় ৩ ৰাশিৰ

৩০ বছৰৰ পাছত মীন ৰাশিত শনি-ৰাহুৰ সংযোগ, ২০২৫ জয়জয় ময়ময় ৩ ৰাশিৰ

স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

স্বাস্থ্যৰ অৱনতি, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক এইমছৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.