• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওপজা দিনত অজানা কথা… জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?

ওপজা দিনত অজানা কথা… জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?

3 years ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

1 hour ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

2 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

2 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

3 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

4 hours ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

4 hours ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

5 hours ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

5 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

6 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

6 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

7 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ওপজা দিনত অজানা কথা… জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?

editor by editor
March 21, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন
0
ওপজা দিনত অজানা কথা… জন্মৰ পাছতেই অন্য নৱজাতকেৰে সলনি হৈ গৈছিল ৰাণী মুখাৰ্জী, কেনেকৈ মাতৃয়ে উদ্ধাৰ কৰি আনিছিল ৰাণীক?
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাণী মুখাৰ্জী বিগত প্ৰায় এটা দশকতকৈয়ো অধিক সময় ধৰি বলীউডত কাম কৰি আছে৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক এতিয়া আৰু পৃথক কোনো পৰিচয়ৰ প্ৰয়োজনো নাই৷ ৰাণী মুখাৰ্জী বুলিলেই তেওঁক নজনা মানুহ হয়তো খুব কমেই ওলাব৷ ডাইৰেক্টৰ, প্ৰযোজক আদিত্য চোপ্ৰাৰ পত্নী ৰাণী মুখাৰ্জীৰ আজি ৪৫ সংখ্যক ওপজা দিন৷ ৰাণী মুখাৰ্জীৰ ওপজা দিনত তেওঁৰ জীৱনৰ এটি বিশেষ কাহিনী, যি কাহিনী ৰাণীয়ে নিজেই কৈছিল এক সাক্ষাৎকাৰত৷ হাস্পতালত জন্মগ্ৰহণ কৰাৰ লগে লগেই ৰাণী মুখাৰ্জীয়ে নিজৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছিল৷ অন্য নৱজাতকৰ সৈতে বদলি হৈ গৈছিল ৰাণী৷ অন্য এটি শিশুৰ সৈতে ৰাণী মুখাৰ্জী কেনেকৈ সলনি হৈছিল?

ৰাণী মুখাৰ্জীৰ সৈতে জন্মতেই কি হৈছিল?

ৰাণী মুখাৰ্জীয়ে জন্মতেই হাস্পতালত অন্য শিশুৰ সৈতে বদলি হৈ গৈছিল৷ এই কথা নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে ৰাণীয়ে৷ ৰাণী বদলি হৈ যোৱাৰ পিছত মাতৃয়ে আকৌ কেনেকৈ ৰাণীক বিচাৰি উলিয়াইছিল সেই কথাও প্ৰকাশ কৰিছে৷

সাক্ষাৎকাৰটোত ৰাণীয়ে কয় যে, এক পাঞ্জাৱী পৰিয়ালে ৰাণীক লৈ গৈছিল৷ পাঞ্জাৱী পৰিয়ালটোৰ সন্তানটো আকৌ ৰাণীৰ মাতৃৰ হাতলৈ আহিছিল৷ ৰাণীৰ মাকে সন্তানটো কোলাত লৈয়েই লগে লগে কৈ উঠিছিল এয়া তেওঁৰ সন্তান হ’ব নোৱাৰে৷ ৰাণীয়ে মাতৃয়ে লগে লগে সমগ্ৰ হাস্পতালত ৰাণীক বিচাৰি হাহাকাৰ কৰে৷ অৱশেষত পাঞ্জাৱী পৰিয়ালটোৰ পৰা ৰাণীক লৈ আহে ৰাণীৰ মাতৃয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?
জীৱনশৈলী

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

August 22, 2026
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ
জীৱনশৈলী

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

August 22, 2026
Next Post
স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?

স্তনৰ আকাৰ সৰু কৰিবলৈকে অস্ত্ৰোপছাৰ! অস্ত্ৰোপছাৰেৰে ১৫ হাজাৰ ভাৰতীয় মহিলাই সৰু কৰিছে স্তনৰ আকাৰ, কিন্তু কিয় এই প্ৰবণতা বাঢ়িছে ভাৰতীয় নাৰীৰ মাজত?

‘অসমবাসীৰ ইমান মৰম আশীৰ্বাদ পাইছো ইয়াতকৈ সুখ নালাগে’, কৰিশ্মালৈ কোনে পঠিয়াইছে বিশেষ চিঠি আৰু উপহাৰ?

‘অসমবাসীৰ ইমান মৰম আশীৰ্বাদ পাইছো ইয়াতকৈ সুখ নালাগে’, কৰিশ্মালৈ কোনে পঠিয়াইছে বিশেষ চিঠি আৰু উপহাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.